• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত ২৩ জানুৱাৰিত বাথৌ দিৱস উদযাপনৰ ব্যাপক আয়োজন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 19, 2018 10:50 pm
207
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্ৰই ‘গ্বথৰ বাথৌ চান’ বা বাথৌ দিৱস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। অনুষ্ঠানটো দিনজোৰা কাৰ্য্যসূচীৰে অহা ২৩ জানুৱাৰিত কোকৰাঝাৰৰ বাগানচালিত থকা বাথৌ থানশালীত অনুষ্ঠিত হ’ব।

অনুষ্ঠানটোৰ অংশ হিচাপে বিশ্বশান্তিৰ বাবে এক ৰাজহুৱা প্ৰাৰ্থনা অনুষ্ঠিত হ’ব। বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰিয়ে মুখ্য অতিথি হিচাপে ভাগ ল’ব লগা এক মুকলি সভাৰ উপৰি এটা বাথৌ সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হ’ব।

অনুষ্ঠানটো সূচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী মনো কুমাৰ ব্ৰহ্মৰ অধ্যক্ষতাত এখন শক্তিশালী আদৰনি সমিতি গঠন কৰা হৈছে।

আদৰণি সমিতিৰ অধ্যক্ষ ব্ৰহ্মই কয় মাঘ মাহৰ ২য় মংগলবাৰটো বড়োসকলে বাথৌ দিৱস হিচাপে পালন কৰে। এইবছৰো দিৱসতো বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰে সঠিক ভাৱে উদযাপন কৰা হ’ব।

অসম চৰকাৰে এইবছৰ বাথৌ দিৱসৰ দিনটো সম্পূৰ্ণ ছুটীৰ দিন হিচাপে ঘোসণা কৰিছে।

Recent News

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd