• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ ফাঁকিৰ ঘটনাত জড়িত মেছাৰ্ছ উইন পাৱাৰ ইনফ্ৰা প্ৰাঃ লিঃ সঞ্চালক সুৰেশ কুমাৰ আগৰৱালাক জেইললৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 7:28 am
tax_scam
84
VIEWS
Share on FacebookShare on Twitter

কৰ ফাঁকিৰ ঘটনাত চি বি আয়ে বিচাৰি ফুৰা যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা মেছাৰ্ছ উইন পাৱাৰ ইনফ্ৰা প্ৰাঃ লিঃ সঞ্চালক সুৰেশ কুমাৰ আগৰৱালাই গুৱাহাটীস্থিত চি বি আইৰ বিশেষ আদালতত আত্মসমৰ্পণ কৰাৰ পিছত তেওঁক জেইললৈ প্ৰেৰণ কৰা হৈছে। ইতিপূৰ্বে একেটা গোচৰত তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰা আন চাৰিজনকো জেইললৈ প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে সংঘটিত হোৱা কৰ ফাকি কেলেংকাৰিত কেইবাজনো বিষয়া তথা ব্যৱসায়ী জড়িত হৈ থকাৰ কথাটো অলপতে চি বি আয়ে পোহৰলৈ আনিছিল আৰু এই সন্দৰ্ভত আয়কৰ আয়ুক্ত স্বেতাভ সুমনক দিল্লীত চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল।

স্বেতাভ সুমনৰ উপৰি আন এগৰাকী আয়কৰ বিষয়া, দুগৰাকী চাৰ্টাৰ্ড একাউণ্টেট, এগৰাকী ব্যৱসায়ীকো আটক কৰিছিল সংস্থাটোৱে। কিন্তু মেছাৰ্ছ উইন পাৱাৰ ইনফ্ৰা প্ৰাঃ লিঃ সঞ্চালক সুৰেশ কুমাৰ আগৰৱালাক বিচাৰি আছিল যদিও তেওঁ পলাতক হৈ আছিল।

জানিব পৰামতে আয়ুক্ত সুমনে নিজৰ ক্ষমতা অপপ্ৰয়োগ কৰি ব্যৱসায়ী চক্ৰটোক কোটি কোটি টকাৰ আয়কৰ ৰেহাই দি কমিচন সংগ্ৰহ কৰি আহিছিল। ইয়াত তেওঁক সহায় কৰিছিল চাৰ্টাৰ্ড একাউনটেণ্ট চক্ৰ এটাই।

সুমনে সুৰেশ কুমাৰ আগৰৱালাৰ পৰাও আয়কৰ ৰেহাইৰ বাবদ ৫০ লাখ টকাৰ ঘোচ বিচাৰিছিল। কিন্তু ইয়াৰে ৪০ লাখ টকা মধ্যস্থতাকাৰীৰ জৰিয়তে দিব খোজোতেই চি বি আয়ে চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে স্বেতাভ সুমনকে ধৰি আনকেইজনক চি বি আয়ে নিজৰ জিম্মাত লৈ জেৰা কৰি ভালেমান গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd