• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্কট আৰু মগজুৰ পক্ষাঘাতগ্ৰস্ত ৰোগীৰ সাহায্যৰ বাবে ফেশ্যন শ্বো’ৰ আয়োজন ডিজাইনাৰ মেঘনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 3:08 pm
Meghana-570x320
202
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত ডিজাইনাৰ মেঘনা ৰায় মেধীয়ে ‘অটাম নোটছ, ছিজন :২’ (Autumn Notes, Season 2) শীৰ্ষক এটা ফেশ্যন শ্বো’ অনুষ্ঠিত কৰিব। আৰ এ পি হোটেল আৰু ৰিজৰ্টৰ সহযোগিতাত  কৰ্কট আৰু মগজুৰ পক্ষাঘাতগ্ৰস্ত ৰোগীসকলৰ সাহায্যাৰ্থে অনুষ্ঠিতহ’বলগীয়া এই ফেশ্যন শ্বো’ৰ আয়োজন কৰিছে মেঘনা ৰায় মেধীয়ে। গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত এই ফেশ্যন শ্বোৰ আয়োজন কৰা হ’ব।

ডিজাইনাৰ গৰাকীয়ে কৈছে যে প্ৰতি বছৰ প্ৰায় ৫ লাখ প্ৰাপ্তবয়স্ক লোকে কৰ্কট ৰোগত আৰু প্ৰতি ১,০০০ৰ ভিতৰত প্ৰায় ২ৰ পৰা ৩ টা শিশুৱে মগজুৰ পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায়। মেঘলাই কয় যে ‘মৰ্নিং ক্লাব’ নামৰ এটা বে-চৰকাৰী সংস্থাৰ উদ্যোগত কৰ্কট আৰু মগজুৰ পক্ষাঘাত ৰোগৰ চিকিৎসাৰ বাবে এই ফেশ্যন শ্বো’ৰ জৰিয়তে এটা বিনম্ৰ প্ৰয়াস হৈছে।

‘অটাম নোটছ’ হৈছে ‘মেঘনা’জ দ্য ডিজাইন ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী মেঘনা ৰায় মেধী ওৰফে মেহজাবিন ইৰছাদৰ দ্বাৰা নক্সাকৃত আটাইতকৈ উৎকৃষ্ট বস্ত্ৰৰ প্ৰদৰ্শনী।

অসমৰ জনগোষ্ঠীসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ দ্বাৰা  প্ৰস্তুত এই ফেশ্যন শ্বো’ত ৩০ গৰাকী অভিজাত মডেল আৰু উদ্যোগ বিশেষজ্ঞইঅংশগ্ৰহম কৰিছে। এই ফেশ্যন শ্বো’ৰ ধাৰণাটোক বাস্তৱায়িত কৰিছে জ্যোতিৰূপ কে চৌধুৰীয়ে। এই অনুষ্ঠানত অভিনেতা উৎপল দাস, দীপলীনা ডেকা, গায়ক মিহাৰ পদ্মনাভ আৰু ঈপ্সিতা ভৰালীয়েও অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে বিগত বছৰত এজোৰ মেখেলা-চাদৰ নিলামৰ জৰিয়তে সংগহ কৰা ৫০,০০০ টকা আৰোগ্যমৰ অন্তৰ্গত ব্যয় কৰা হৈছিল। আৰগ্যম হৈছে মৰ্নিং ক্লাবৰ স্বাস্থ্য সেৱা আঁচনি। এই ধনৰ পৰা ৬ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। এই শ্বো’ত উত্তৰ-পূবৰ প্ৰথমটো ডিজিটেল প্লেটফৰ্মৰো উন্মোচন কৰা হ’ব, যাৰ দ্বাৰা ক্ৰয়-বিক্ৰয়ৰ অভিজ্ঞতাক এটা ভিন্ন মাত্ৰা প্ৰদান কৰা হ’ব। এইটো ডিজিটেল প্লেটফৰ্মত সংস্কৃতি, খাদ্য সম্ভাৰ আৰু পোছাক শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি, খাদ্য সম্ভাৰ আৰু পোছাকসমূহৰ ওপৰত বিশদ আলোচনা কৰা হ’ব।

এই বছৰ ‘মেঘনা’জ দ্য ডিজাইন ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী মেঘনা আৰু ঋষিৰাজ চক্ৰবৰ্তী আৰু আৰ এ পি হোটল আৰু ৰিজৰ্টে অনুষ্ঠানটোৰ ব্যয় যুটীয়াভাৱে বহন কৰিব।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd