• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খহনীয়াত জাহ গ’ল নাম্বাৰপাৰা-বাংলাপাৰা সংযোগী মথাউৰি; ধোৱাচাঙত উঠিল মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

ইয়াছিন আলী by ইয়াছিন আলী
August 9, 2018 11:44 am
Photo from Kokila -20180809_101822
101
VIEWS
Share on FacebookShare on Twitter

মূখ্য মন্ত্ৰীৰ নিৰ্দেশেও ঢুকি নাপালে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা-বাংলাপাৰা গাঁও। বাৰিষাৰ পূৰ্বে সকলো মথাউৰি মেৰামতি, পুণৰ নিৰ্মান কৰিবলৈ মুখ্য মন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগক কঠোৰ নিৰ্দেশ দিছিল যদিও নাম্বাৰপাৰা-বাংলাপাৰাত মুখ্য মন্ত্ৰীৰ নিৰ্দেশ ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকিলাৰ নিকটৱৰ্তী নাম্বাৰপাৰা ৩য় খণ্ডৰ পৰা বাংলাপাৰা সংযোগী মথাউৰিটো সম্পূৰ্ণকৈ মানাহ নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ শ শ পথচাৰীৰ লগতে স্থানীয় স্কুল, কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়ে যমৰ যাতনা ভুগিব লগা হৈছে।

এজাক বৰষুণ আহিলেই নাম্বাৰপাৰা ৩য় খণ্ড গাঁৱৰ পৰা বাংলাপাৰা, বাশবাৰী, লৈ যোৱা পথটো পুখুৰী সদৃশ হৈ পৰে। বাংলাপাৰাৰ পৰা নাম্বাৰপাৰালৈ যোৱা একমাত্ৰ মথাউৰি পথটো এনেদৰে ভাঙি ছিঙি যোৱা পিছতো পথটো মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী ৰাইজে জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনক ধিক্কাৰ দিছে।

মাথাউৰি ভাঙি যোৱাত বাংলাপাৰা গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোৰ শ শ বিঘা খেতি মাটি, ঘৰ-দুৱাৰ তথা উত্তৰ-পশ্চিম এল পি স্কুল গৰাখহনীয়াৰ কৱলত পৰাৰ সম্ভাৱনাই ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ বিপৰীতে জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক আব্দুল হাই নাগৰি আৰু সাংসদ চিৰাজ উদ্দিন কূম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে বুলি ক্ষুব্ধ অঞ্চলস্থবাসীয়ে সাংবাদিকৰ আগত অভিযোগ কৰে।

Recent News

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd