• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2025 7:07 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ মানসিক বিকাশ কেৱল শিক্ষা, খেলা-ধূলা বা খোৱাবোৱাতে সীমাবদ্ধ নাথাকে, কিন্তু তাতকৈ পাৰিবাৰিক পৰিবেশ আৰু পিতৃ-মাতৃৰ আচৰণে বহুত বেছি কাম কৰে। কোৱা হয় সন্তানবোৰ পিতৃ-মাতৃৰ দাপোন। তেওঁলোকে প্ৰথম শিক্ষা লাভ কৰে পিতৃ-মাতৃৰ পৰা, তেওঁলোকৰ পাৰস্পৰিক কথা-বতৰা আৰু সন্মানৰ আদান-প্ৰদানৰ পৰা, তেওঁলোকৰ আচৰণ দেখি।

এনে পৰিস্থিতিত যেতিয়া এগৰাকী মাতৃয়ে সন্তানৰ সন্মুখত পিতৃৰ প্ৰতি অসন্মানজনক ভাষা ব্যৱহাৰ কৰে, কাজিয়া কৰে বা অভিযোগ কৰে, তেতিয়া ই কেৱল সম্পৰ্ক নষ্ট কৰাই নহয়, সন্তানৰ মন আৰু মগজুতো গভীৰ প্ৰভাৱ পেলাব পাৰে। পিতৃৰ প্ৰতি সন্মান কমি যাব পাৰে। আৰু অভিভাৱকত্বৰ ক্ষেত্ৰত সন্তানে পিতৃ-মাতৃ দুয়োৰে প্ৰতি সন্মান থকাটো গুৰুত্বপূৰ্ণ।

Apply Now

পিতৃৰ প্ৰতি মাতৃৰ অসন্মানজনক ভাষাই শিশুৰ মনত কেনে প্ৰভাৱ পেলায়

১) শিশুৰ দৃষ্টিকোণৰ পৰা পিতৃৰ প্ৰতি সন্মান হ্ৰাস

যেতিয়া শিশুৱে বাৰে বাৰে মাকৰ পৰা পিতৃৰ বিষয়ে অসন্মানজনক কথা শুনিবলৈ পায়, তেতিয়া পিতৃৰ প্ৰতি থকা সন্মান কমিবলৈ আৰম্ভ কৰে। কিন্তু এটা শিশুৰ বাবে পিতৃ-মাতৃ দুয়োজনেই আদৰ্শ, সন্তানৰ বাবে দুয়োটাৰে প্ৰতি সন্মান থকাটো গুৰুত্বপূৰ্ণ। যিকোনো এজনক সৰু বুলি দেখুৱালে সেই আদৰ্শ ভাঙি যায়।

২) ভৱিষ্যতৰ সম্পৰ্কৰ ধাৰণাক লৈ বিভ্ৰান্তি

শৈশৱত সম্পৰ্কত অসন্মান, অপমান আৰু কাজিয়া দেখা শিশুৱে ভৱিষ্যতে সেইবোৰ স্বাভাৱিক বুলি ধৰি ল’ব পাৰে। যদি পিতৃ-মাতৃক বাৰে বাৰে অপমান কৰা হয় তেন্তে ভৱিষ্যতে সম্পৰ্কত সন্মানৰ গুৰুত্ব সন্তানে নিজেই বুজি নাপাব। তেওঁলোকৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে, তেওঁলোকে ভালপোৱাজনক কিয় ইমান বেয়া কথা কোৱা হয়? ফলত তেওঁলোকৰ চিন্তাধাৰাত নেতিবাচকতা আহিব আৰু ল’ৰা-ছোৱালী বিভ্ৰান্ত হ’ব।

শৈশৱত পিতৃ-মাতৃৰ মাজত তিক্ততা আৰু সমালোচনা দেখা ল’ৰা-ছোৱালীয়ে ডাঙৰ হোৱাৰ পিছতো সম্পৰ্কক একে দৃষ্টিকোণৰ পৰা চাবলৈ আৰম্ভ কৰে। হয় নিজে কঠোৰ হৈ পৰে নহয় প্ৰতিটো সৰু সৰু কথাৰ বাবে মানুহৰ দোষ বিচাৰিবলৈ আৰম্ভ কৰে।

৩) শিশুৰ ওপৰত প্ৰভাৱ আৰু সম্পৰ্কত নিৰাপত্তাহীনতাৰ অনুভৱ

বাৰে বাৰে পিতৃক দোষাৰোপ বা অসন্মানজনক কথা ক’লে মাতৃয়ে সন্তানৰ আত্মগ্লানিৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আত্মবিশ্বাসত বেয়া প্ৰভাৱ পৰিব পাৰে। ল’ৰা-ছোৱালীয়ে নিজকে দোষ দিবলৈ আৰম্ভ কৰে, এইটো ভাবি যে হয়তো তেওঁলোকেই পিতৃ-মাতৃৰ মাজত সংঘাতৰ কাৰণ। ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে, টোপনি, অধ্যয়ন আৰু আচৰণত প্ৰভাৱ পেলাব পাৰে।

৪) মাতৃৰ ভাৱমূৰ্তিত নেতিবাচক প্ৰভাৱ

যদি এগৰাকী মাতৃয়ে সদায় সন্তানৰ সন্মুখত দেউতাকৰ বিষয়ে বেয়াকৈ কয়, তেন্তে ই কেৱল সন্তানৰ দৃষ্টিত পিতৃৰ ভাবমূৰ্তি নষ্ট কৰাই নহয়, মাতৃৰ প্ৰতি সন্মানো কমিবলৈ আৰম্ভ কৰে। যেতিয়া শিশুৱে বাৰে বাৰে মাকক অভিযোগ কৰা, বকাবকি কৰা বা খঙেৰে কথা কোৱা দেখা পায়, তেতিয়া তেওঁলোকৰ চকুত মাতৃৰ ভাৱমূৰ্তিও বেয়া হ’বলৈ আৰম্ভ কৰে।

মাকক শান্ত, বুদ্ধিমান আৰু মৰমিয়াল নাৰীৰ সলনি খঙাল, অভিযোগকাৰী আৰু নেতিবাচক মনোভাৱৰ মানুহ হিচাপে চাবলৈ আৰম্ভ কৰে। ফলত শিশুটিয়ে মাতৃৰ সৈতে মনৰ ফালৰ পৰা দূৰত্ব সৃষ্টি কৰে আৰু মাতৃৰ লগত মুকলিকৈ কথা পাতিবলৈ লাজ অনুভৱ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd