• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গণ অনশন’ত জাতিৰ স্বাৰ্থত সকলো একগোট, দীৰ্ঘদিনৰ মূৰত আছুৰ কাষত প্ৰফুল্ল মহন্ত, আহিল কংগ্ৰেছো

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 29, 2018 11:40 pm
29-05-18 Guwahati- AASU n 28th various group (12)
98
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা ( AASU ) আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত আয়োজন কৰা ‘গণ অনশন’ত আজি ২৯ মে’ত দেখা গ’ল এক অনন্য পৰিৱেশ। ‘জাতিধ্বংসী’ বিধেয়কখন বাতিলৰ দাবীত শিল্পী-সাহিত্যিককে ধৰি সমাজৰ সৰ্বস্তৰৰ লোকৰ লগতে আজি চানমাৰিৰ প্ৰতিবাদ থলীত সমবেত হ’ল বেলেগ বেলেগ ৰাজনৈতিক শিবিৰৰ কেইবাজনো নেতা।

অনশনত উপস্থিত থাকিল অসমৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু অগপ।

মঙলবাৰৰ এই কাৰ্যসূচীত দীৰ্ঘদিনৰ মূৰত একেখন মঞ্চতে দেখা গ’ল আছু আৰু অগপৰ নেতৃত্বক। বহু বছৰৰ মূৰত আছুৰ মজিয়াত দেখা গ’ল অসম আন্দোলনৰ অন্যতম কাণ্ডাৰী, আছুৰ একালৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক।

উপস্থিত থাকিল অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক উৎপল দত্তকে ধৰি ভালেসংখ্যক অগপৰ নেতা-কৰ্মী।

উল্লেখযোগ্য যে অসম গণ পৰিষদৰ শাসনৰ সময়ৰ পৰাই অগপ নেতৃত্ব বিশেষকৈ প্ৰফুল্ল কুমাৰ মহন্তক লৈ অসন্তুষ্ট আছিল সদৌ অসম ছাত্ৰ সন্থা। কিন্তু মঙলবাৰৰ চানমাৰিৰ খেলপথাৰৰ দৃশ্য সুকীয়া। জাতিৰ স্বাৰ্থত যেন নাই এতিয়া কোনো বিদ্বেষ।

কেৱল অগপই নহয়, বিধেয়কখনৰ বিৰোধিতাৰে ‘গণ অনশন কাৰ্যসূচী’লৈ আহিল কংগ্ৰেছৰো কে’বাগৰাকীও নেতা-কৰ্মী। উপস্থিত থাকিল কংগ্ৰেছ নেতা তথা এসময়ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অপূৰ্ব ভট্টাচাৰ্যৰ উপৰি কিশোৰ ভট্টাচাৰ্যকে ধৰি কে’বাগৰাকীও কংগ্ৰেছ প্ৰতিনিধি।

জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিক লৈ আজি যেন একে ঘাটত নাও চপালেহি সকলো ৰাজনৈতিক শিবিৰৰ নেতাই।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd