• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰাম স্বৰাজ অভিযানৰ অধীনত মাজুলীত আয়ুস্মান ভাৰত দিৱস উদযাপন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 30, 2018 9:15 pm
224
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰজোৰা গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী জিলাৰ প্ৰতিখন গাঁও পঞ্চায়ততে আজি ‘আয়ুস্মান ভাৰত দিৱস’ উদযাপন কৰা হয়।

ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নয়াবজাৰৰ উজনি মাজুলী মিলন সংঘ ৰংগমঞ্চত আজি আয়োজিত এই দিৱসৰ জিলাস্তৰীয় কেন্দ্ৰীয় অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথি আৰু মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সাংসদ বৰুৱাই ৰাইজক সম্বোধি দিয়া ভাষণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দুখীয়া জনসাধাৰণক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে শেহতীয়াকৈ হাতত লোৱা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি মাজুলীৰ গ্ৰামাঞ্চলবাসীকো এই অভিলাষী স্বাস্থ্য আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, মাজুলীৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ডা: জোনালী গগৈ, সহকাৰী আয়ুক্ত অচ্যুৎ বৰুৱা, মিছিং স্বায়ত্ব পৰিষদৰ সদস্য নীলকান্ত পেগু, মাজুলী জিলা স্বাস্থ্য বিভাগৰ তত্বৱধায়ক ডা: শশীধৰ ফুকন, কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা০ ধ্ৰুৱজ্যোতি শইকীয়াকে দৰি কেইবাগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মী, আশাকৰ্মী-সহায়িকা, পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বহুসংখ্যক লোকে ভাগ লয়।

উল্লেখযোগ্য যে আজি জিলাখনৰ মাজুলী আৰু উজনি মাজুলী উন্নয়নখণ্ডৰ অধীনৰ ২০ খন গাঁও পঞ্চায়তৰ প্ৰতিখনতে আয়ুস্মান ভাৰত দিৱস পালন কৰি গ্ৰামাঞ্চলৰ দৰিদ্ৰ, উপান্ত আৰু অভাৱগ্ৰস্ত লোকসকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু অৰ্থ-সাহাৰ্য আদি স্বাস্থ্য বিষয়ক আন সা-সুবিধাৰ সমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd