• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেন্নাইত অকাল মৃত্যু পৰিয়াল চলাবলৈ কাম বিচাৰি যোৱা দৰিদ্ৰ অসমীয়াৰ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
May 9, 2018 4:09 pm
100
VIEWS
Share on FacebookShare on Twitter

এক কৰুণ দুৰ্ঘটনাত পুনৰ বহিঃৰাজ্যত অকাল মৃত্যুক সাৱতিলে অসমৰ যুৱকে। চেন্নাইত কৰ্ম সংস্থাপনৰ বাবে যোৱা ডিমৌ উদয়পুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক গোপীনাথ বৰুৱা (৩৬ বছৰীয়া)ই চেন্নাইৰ আৰৱকনত ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছৰ পৰা পৰি মৃত্যুক সাৱতি লয়।

এতিয়া যুৱকজনৰ মৃতদেহ আনিবলৈও পৰিয়ালটোৰ ওচৰত নাই পৰ্যাপ্ত ধন। বৰ্তমান গোপীনাথৰ মৃতদেহ চেন্নাইৰ এখন চিকিৎসালয়ত ৰখা হৈছে।

দিশহাৰা পৰিয়ালটোৱে কান্দি-কাটি মৃতদেহটো অসমলৈ আনিবলৈ ৰে’ল মন্ত্ৰী আৰু স্থানীয় বিধায়কলৈ কাতৰ আহ্বান জনাইছে।

কাম বিচাৰি যোৱা যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Recent News

মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ

২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

Dandruff

কিদৰে দূৰ কৰিব উফিৰ সমস্যা! জানিবলৈ পঢ়ক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd