• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কিদৰে দূৰ কৰিব উফিৰ সমস্যা! জানিবলৈ পঢ়ক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2025 8:24 am
Dandruff
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূৰৰ ছাল শুকান বা তেলীয়া হৈ পৰাৰ ফলত ছালৰ মৃত কোষবোৰ ছিঙি যায় আৰু তেতিয়াই উফিৰ সমস্যাই গা কৰি উঠে। বিশেষকৈ শীতকালত উফিৰ সমস্যা অধিক হোৱা পৰিলক্ষিত হয়।

শীতকালত সাধাৰণতে কেইবাটাও কাৰকে উফি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। মূলতঃ ঠাণ্ডাৰ বাবে মূৰৰ ছালত ৰক্তবাহী নলী সংকুচিত হয় আৰু তাৰ ফলত ছালত তেল আৰু আৰ্দ্ৰতাৰ যোগান কমি যায়।

Apply Now

উফিৰ সমস্যাক লৈ যদি আপুনি ভাৰাক্ৰান্ত হৈ পৰিছে, তেন্তে প্ৰতিকাৰৰ বাবে আপুনি কিছু ঘৰুৱা ব্যৱস্থাৰ সহায় ল’ব পাৰে। এই বিষয়ে জানো আহকঃ

১/ এলোভেৰা

এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যি উফিৰ ফলত হোৱা খজুৱতি লাঘৱ কৰিব পাৰে। পাতৰ পৰা সতেজ এলোভেৰা জেল উলিয়াই মূৰৰ ছালত লগাওক। ৩০ মিনিটৰ পৰা এঘণ্টা ধৰি ৰাখিব আৰু তাৰ পিছত চেম্পুৰে ধুই পেলাব।

২/ বেকিং ছ’ডা

বেকিং ছ’ডাই এক্সফ’লিয়েণ্ট হিচাপে কাম কৰে, ছালৰ মৃত কোষবোৰ আঁতৰাই উফি কমায়। প্ৰথমে চুলিখিনি তিয়াই লৈ তাৰ পিছত মূৰৰ ছালত বেকিং ছ’ডা অলপ ঘঁহি লওক। কেইমিনিটমান ৰাখিব, তাৰ পিছত ভালদৰে ধুই পেলাওক। সপ্তাহত এবাৰ এই কাম কৰিব পাৰে।

৩/ নাৰিকল তেল

নাৰিকল তেলে মূৰৰ ছাল আৰ্দ্ৰ কৰি তোলে, শুকানতা কমায়, আৰু চেনিৰ অতিমাত্ৰা বৃদ্ধি ৰোধ কৰে, যাৰ দ্বাৰা উফি কম হয়। অলপ নাৰিকল তেল গৰম কৰি মূৰৰ ছালত মালিচ কৰক। ৰাতিটো ৰাখি পিছদিনা ৰাতিপুৱা চুলি ধুব। সপ্তাহত কেইবাবাৰো এইদৰে কৰিলে উপকৃত হ’ব।

৪/ নিমৰ তেল

নিম তেলত এন্টিফাংগেল আৰু এন্টিবেক্টেৰিয়েল গুণ আছে, যি উফি সৃষ্টিকাৰী ভেঁকুৰৰ বিৰুদ্ধে যুঁজিব পাৰে। কেইটোপালমান নিম তেল নাৰিকল তেলৰ লগত মিহলাই মূৰৰ ছালত মালিচ কৰক। ৩০ মিনিটৰ পৰা এঘণ্টা ধৰি ৰাখিব আৰু তাৰ পিছত চেম্পুৰে ধুই পেলাব। এইদৰে সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিলে সুফল পাব।

৫/ চেলিচিলিক এচিড ভিত্তিক চেম্পু

চেলিচিলিক এচিডে মূৰৰ ছালখন ভালদৰে পৰিষ্কাৰ কৰি মৃত ছালৰ কোষবোৰ আঁতৰাই পেলায়। চেলিচিলিক এচিড থকা চেম্পু নিৰ্দেশনা অনুসৰি ব্যৱহাৰ কৰক। এই চেম্পু সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিলে উপকৃত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd