• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল সংঘৰ, কোকৰাঝাৰ আৰু গোৱালপাৰাত ধৰ্ণা

ৰিনয় বসুমতাৰী আৰু যোগেন সূত্ৰধৰ by ৰিনয় বসুমতাৰী আৰু যোগেন সূত্ৰধৰ
January 17, 2018 3:43 pm
ট্ৰাইবেল সংঘ জনজাতিকৰণ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতি অসমে আজি কোকৰাঝাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰৰ শিশু উদ্যানৰ সন্মুখত আজি ৰাতিপুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত হয়। ধৰ্মঘটত অংশগ্ৰহণ কৰি ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰগয়াৰীয়ে কোচ-ৰাজবংশী, টাই-আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিবাসী এই ছয় জনগোষ্ঠীক জনজাতি মৰ্য্যাদা প্ৰদানৰ সদায় বিৰোধিতা কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে।
প্ৰস্তাৱিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণে বৰ্তমানৰ অনুসূচীত জনজাতিসমূহৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্বক ধ্বংস কৰিব বুলি ট্ৰাইবেল সংঘই মন্তব্য কৰিছে।
তদুপৰি অনুসূচীত জনজাতিৰ ১২১৫৫ টা বেকলগ পদ পূৰণ কৰা, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰা, ফৰেষ্ট ডুৱেলাৰ আইন-২০০৬ কাৰ্যকৰী কৰিবলৈও দাবী উত্থাপন কৰিছে ট্ৰাইবেল সংঘই।
গোৱালপাৰাটো প্ৰতিবাদ ট্ৰাইবেল সংঘৰ
বাৰ হাজাৰ বেকলগ পূৰণ কৰা, ২০০৬ চনৰ বন অধিকাৰ আইন কাৰ্যকৰী কৰা আৰু ট্ৰাইবেল বেল্ট ব্লকৰপৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত বুধবাৰে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ৰূপায়ন কৰে ট্ৰাইবেল সংঘই।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত এই দাবীসমূহ শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ গোৱালপাৰা জিলা ট্ৰাইবেল সংঘই এক স্মাৰক পত্ৰ  প্ৰেৰণ কৰে। গোৱালপাৰাৰ পৰা , প্ৰাগ।
ৰিনয় বসুমতাৰী আৰু যোগেন সূত্ৰধৰ

ৰিনয় বসুমতাৰী আৰু যোগেন সূত্ৰধৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm
নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd