• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জানুৱাৰিৰ ২১ তাৰিখৰ পৰা আৰম্ভ হ’ব তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 5:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস ২১ জানুৱাৰিৰ পৰা বৰ্ষজোৰা ৰূপালী জয়ন্তী উদযাপন আৰম্ভ কৰিব।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ মদন মোহন শৰ্মাই এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব। ইয়াৰ পিছতে গোটেই বছৰজুৰি বিভিন্ন খেল-ধেমালি, আলোচনা চক্ৰ, কৰ্মশালা, কুইজ, তৰ্ক প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আৰু অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হ’ব।

বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগক শিক্ষণ, উদ্ভাৱণ আৰু বিনোদনৰ সমাহাৰেৰে আকৰ্ষণীয় কৰি তোলাৰ দায়িত্ব ন্যস্ত কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ স্কুল অফ হিউমেনেটিছ এণ্ড ছচিয়েল চায়েন্সৰ অধীনত ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগে প্ৰথমটো অনুষ্ঠানৰ আয়োজন কৰিব। ‘ৰেজন্যান্চ্’ (অনুৰণন) শীৰ্ষক এদিনীয়া আলোচনা চক্ৰখনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন শিল্পীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত সীমা বিশ্বাস, ধ্ৰুৱ হাজৰিকা, বলোৰাম দাস আৰু অংকুশ শইকীয়াৰ দৰে অসমৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

উৎসৱৰ বিষয়বস্তুৰ প্ৰাণকেন্দ্ৰ হ’ব সাহিত্য, চলচ্চিত্ৰ আৰু থিয়েটাৰৰ মাজৰ নিকট সম্পৰ্কৰ দৰে বিষয়সমূহ। আলোচনাত অসমৰ চহকী পৰম্পৰাৰ সাংস্কৃতিক পৰিচয় প্ৰসাৰৰ প্ৰসংগয়ো স্থান লাভ কৰিব।

আলোচনা চক্ৰৰ পিছতে গুৱাহাটী আৰু কলকাতাৰ সংগীত শিল্পীয়ে প্ৰদৰ্শন কৰা বেহেলা আৰু তবলাৰ এক যুগলবন্দীয়ে দৰ্শকক আপ্লুত কৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

September 7, 2025 1:32 pm
জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

September 7, 2025 1:23 pm
কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? সিদ্ধান্ত হ’ল ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত

কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? সিদ্ধান্ত হ’ল ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত

September 7, 2025 12:46 pm
ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

September 7, 2025 1:32 pm
জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

September 7, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd