• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 1:32 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে মহানগৰীৰ ভিআইপি ৰোডৰ বৰবাৰীৰ এটা গেষ্ট হাউছৰ পৰা দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এক সন্দেহযুক্ত হত্যা-আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে।

মৃতদেহ দুটা মহানগৰীৰ গণেশনগৰৰ বাসিন্দা এটি ১৫ বছৰীয়া নাবালক আৰু ৩৫ বছৰীয়া মাকিবুৰ ৰহমানৰ বুলি জানিব পৰা গৈছে।

Apply Now

টুছঞ্জ গেষ্ট হাউছৰ এটা কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ দুটা। আৰক্ষীয়ে জনোৱা মতে, কিশোৰজনক বিচনাত ৰক্তাক্ত অৱস্থাত আৰু ৰহমানৰ মৃতদেহ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

আৰক্ষী উপ আয়ুক্ত অমিতাভ বসুমতাৰীয়ে কয় যে তদন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে। তেওঁ কয়, ‘চান্দমাৰী থানাত ১৫ বছৰীয়া ল’ৰা এটা সন্দৰ্ভত নিৰুদ্দেশ হোৱা ৰিপ’ৰ্ট দাখিল কৰা হৈছিল। আমাৰ তালাচীৰ সময়ত আমি গম পালোঁ যে ল’ৰাজনে ৬ ছেপ্টেম্বৰত মকিবুৰ ৰহমানৰ সৈতে টুচঞ্জ গেষ্ট হাউচত চেক ইন কৰিছিল। কেয়াৰটেকাৰে ৰাতিপুৱা আৰু পুনৰ দুপৰীয়া ১ বজাৰ ওচৰত দুয়োকে একেলগে দেখা পোৱাটো নিশ্চিত কৰিছিল, কিন্তু তাৰ পিছত কোনেও দেখা পোৱা নাছিল। পিছত যেতিয়া আৰক্ষীয়ে কোঠাটোত প্ৰৱেশ কৰে তেতিয়া ল’ৰাজনক মৃত অৱস্থাত ৰহমানক চিলিঙৰ পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।’

আৰক্ষীয়ে সকলো দিশ তদন্ত কৰি থকাৰ সময়তে প্ৰাৰম্ভিক সন্দেহে সম্ভাৱ্য হত্যা-আত্মহত্যাৰ দিশলৈ আঙুলিয়াই দিয়ে। অৱশ্যে বিষয়াসকলে জনায় যে মৰণোত্তৰ পৰীক্ষা আৰু অধিক তদন্ত সম্পূৰ্ণ নোহোৱালৈকে একো নিশ্চিত কৰিব নোৱাৰি।

বাতৰি অনুসৰি, উবেৰৰ চালক হিচাপে কাম কৰা ৰহমানে ফুৰাবলৈ নিয়াৰ অজুহাতত ল’ৰাটোক গেষ্ট হাউছলৈ লৈ আহিছিল। ল’ৰাজনৰ পৰিয়ালে দাখিল কৰা নিৰুদ্দেশৰ অভিযোগৰ পিছতে আৰক্ষীয়ে তেওঁলোকক গেষ্ট হাউছত অনুসৰণ কৰে।

ডিচিপি বসুমতাৰীয়ে লগতে কয়, ‘এতিয়া আমি সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছো। ঘটনাৰ সঠিক অভিপ্ৰায় আৰু দৃশ্যপট সম্পূৰ্ণ তদন্তৰ পিছতহে স্পষ্ট হ’ব।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd