• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলাৰ অৰুণোদয় একাডেমিত উদীয়মান ফুটবল খেলুৱৈক সম্বৰ্ধনা

ছাজিদ খান by ছাজিদ খান
June 18, 2018 6:30 pm
Tangla Arunodai Academy
113
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলাত অৱস্থিত অৰুণোদয় একাডেমি বিদ্যালয়ে আজি বিদ্যালয়খনৰ প্ৰাংগণত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ২০১৭ চনৰ ৮ ডিচেম্বৰত গুৱাহাটীৰ বেটকুচিত অনুষ্ঠিত ৰিলায়েন্স ফাউণ্ডেচন যুৱ ক্ৰীড়া স্কুল, ফুটবল প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি চিটি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা উদীয়মান ফুটবলাৰ সকলক সম্বৰ্ধনা জনোৱা হয়।

সাংবাদিক ছাজিদ খানে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে অন্যান্য দিশটো নিজৰ প্ৰতিভা বিকাশৰ সুজোগ দিয়াৰ বাবে বিদ্যালয়খনৰ শলাগ লয়। ইয়াৰ উপৰি তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ খেলুৱৈসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিয়াৰ বাবে ৰিলায়েন্স ফাউণ্ডেচনৰো শলাগ লয়।

ভেৰগাঁও জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক ভুপেন বড়ো, বিদ্যালয়খনৰ অধ্যক্ষ নেপলিয়ন দৈমাৰি, অৰুণোদয় জুনিয়ৰ কলেজৰ অধ্যক্ষ প্ৰনৱজ্যোতি দাস আদি উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানটোত বিদ্যালয় কৰ্তৃপক্ষই ১৫ গৰাকী ছাত্ৰক খেলৰ সামগ্ৰী উপহাৰ দিয়ে।

আনহাতে ৰিলায়েন্স ফাউণ্ডেচনেও বিদ্যালয় কৰ্তৃপক্ষক ২৫,০০০ টকাৰ এখন চেক প্ৰদান কৰে।

Recent News

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd