• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌত বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰকল্প প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
April 4, 2018 6:34 pm
194
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ বিকাশ সাধনত দুটা অপৰিহাৰ্য্য বিষয় হৈছে বিজ্ঞান আৰু গণিত। বৈজ্ঞানিক দৃষ্টিভংগীৰে চালেহে আমি আমাৰ চৌপাশৰ মৰ্যদা বুজিব পাৰিম। এনে উদ্দেশ্যৰেই আজি ডিমৌ বালিকা উচ্চ মাধ‍্যমিক বিদ্যালয়ত ‘ক’ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযান ‘জ্ঞানমেলা’ নামেৰে এক মণ্ডল পৰ্যায়ৰ বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰকল্প প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানটো অসম সৰ্বশিক্ষা আচনিৰ অধীনত অনুষ্ঠিত কৰা হয়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত মহেন্দ্ৰ শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটোত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দূৰ্গামাধৱ দিহিংঙীয়া, বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত উদয় দত্ত তথা বিদ্যালয়খনৰ অন্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত আছিল।

প্ৰতিযোগিতাখনৰ বিচাৰকৰ দ্বায়িত্বত আছিল ডিমৌ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক মৃণাল গগৈ।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে প্ৰস্তুত কৰা বিভিন্ন প্ৰকল্প সমূহৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে নিজৰ বৈজ্ঞানিক চিন্তা আৰু প্ৰতিভাৰ পৰিচয় দাঙি ধৰা পৰিলক্ষিত হয়।

মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দূৰ্গামাধৱ দিহিংঙীয়াই আজিৰ অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু গণিতৰ প্ৰতি অনুসন্ধিৎসু তথা আগ্ৰহী কৰি তুলিব বুলি। অনাগত দিনটো প্ৰত‍্যেকখন বিদ্যালয়তে সময়ে সময়ে এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Recent News

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd