• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ বিপ্লব কুমাৰ দেৱ চৰকাৰৰ পৰামৰ্শদাতা কেন্দ্ৰীয় সম্পাদক ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 11:44 am
biplabmadhav-570x320
97
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ মাৰ্চত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ দলৰ বিশেষ কাৰ্যক্ৰমনিকাৰ বাবে উপস্থিত হ’ব ত্ৰিপুৰাত।

উল্লেখ্য যে ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি বিপ্লব কুমাৰ দেৱ মুখ্য মন্ত্ৰীৰূপে শপত লোৱাৰ পাছৰ পৰাই ৰাজ্যিক বিজেপিৰ সভাপতি পদটো খালী হৈ পৰে। যাৰ ফলত দলীয় কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি দলৰ অন্য শীৰ্ষ পৰ্যায়ৰ নেতাসকলো বিভিন্ন কেবিনেট মন্ত্ৰীৰ দায়িত্ব লোৱা হেতুকে নতুন সভাপতি নিৰ্বাচন কৰাত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় নেতৃবৃন্দ।

সেয়ে কেন্দ্ৰীয় নেতৃত্বই ৰাষ্ট্ৰীয় সম্পাদকগৰাকীক ৰাজ্যখনৰ পৰৱৰ্তী সভাপতি নিয়োগ কৰাৰ উদ্দেশ্যে ত্ৰিপুৰালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সম্পাদকগৰাকীয়ে ৰাজ্যত উপস্থিত হৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ লগত এলানি আলোচনাত অংশ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনলৈ আহিব।

ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি নিয়োগ কৰাৰ দৰে কঠিন কাম হাতত লৈয়ে তেওঁ ৰাজ্যখনলৈ ১৮ মাৰ্চত আহিব। ইয়াৰ উপৰি তেওঁ বিভিন্ন দলীয় আলোচনাতো অংশ ল’ব বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে বিজেপি দলে অহা ছয় মাহলৈ কোনো নতুন সদস্যক দলীয় কাম কাজত নিয়োগ নকৰিবলৈ ৰাজ্যিক সমিতিক নিৰ্দেশ জাৰি কৰি থৈছে।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে আগৰতলালৈ চমু ভ্ৰমণসূচী লৈ আহিব লগীয়া সম্পাদক ৰাম মাধৱ কেবিনেট মন্ত্ৰীসকলৰ লগতো গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব। কিয়নো ত্ৰিপুৰা চৰকাৰৰ মন্ত্ৰীসকল একেবাৰে নতুন সেয়ে কোনো বেমেজালি উৎপত্তি নোহোৱাকৈ যাতে সঠিক ৰূপত চৰকাৰী কাম-কাজ পৰিচালনা হয় তাৰ বাবে কিছু পৰামৰ্শ আগবঢ়াব।

আনহাতে নতুন চৰকাৰৰ কাম-কাজ সম্পৰ্কে পৰ্যালোচনা কৰা তথা পৰামৰ্শ দিয়াৰ উদ্দেশ্যে ভৱিষ্যতলৈ আৰু কেন্দ্ৰীয় নেতা ৰাজ্যলৈ আহিব বুলিও শুত্ৰটোৱে প্ৰকাশ কৰিছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd