• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ বিপ্লব কুমাৰ দেৱ চৰকাৰৰ পৰামৰ্শদাতা কেন্দ্ৰীয় সম্পাদক ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 11:44 am
biplabmadhav-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৮ মাৰ্চত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ দলৰ বিশেষ কাৰ্যক্ৰমনিকাৰ বাবে উপস্থিত হ’ব ত্ৰিপুৰাত।

উল্লেখ্য যে ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি বিপ্লব কুমাৰ দেৱ মুখ্য মন্ত্ৰীৰূপে শপত লোৱাৰ পাছৰ পৰাই ৰাজ্যিক বিজেপিৰ সভাপতি পদটো খালী হৈ পৰে। যাৰ ফলত দলীয় কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

Apply Now

ইয়াৰ উপৰি দলৰ অন্য শীৰ্ষ পৰ্যায়ৰ নেতাসকলো বিভিন্ন কেবিনেট মন্ত্ৰীৰ দায়িত্ব লোৱা হেতুকে নতুন সভাপতি নিৰ্বাচন কৰাত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় নেতৃবৃন্দ।

সেয়ে কেন্দ্ৰীয় নেতৃত্বই ৰাষ্ট্ৰীয় সম্পাদকগৰাকীক ৰাজ্যখনৰ পৰৱৰ্তী সভাপতি নিয়োগ কৰাৰ উদ্দেশ্যে ত্ৰিপুৰালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সম্পাদকগৰাকীয়ে ৰাজ্যত উপস্থিত হৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ লগত এলানি আলোচনাত অংশ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনলৈ আহিব।

ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি নিয়োগ কৰাৰ দৰে কঠিন কাম হাতত লৈয়ে তেওঁ ৰাজ্যখনলৈ ১৮ মাৰ্চত আহিব। ইয়াৰ উপৰি তেওঁ বিভিন্ন দলীয় আলোচনাতো অংশ ল’ব বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে বিজেপি দলে অহা ছয় মাহলৈ কোনো নতুন সদস্যক দলীয় কাম কাজত নিয়োগ নকৰিবলৈ ৰাজ্যিক সমিতিক নিৰ্দেশ জাৰি কৰি থৈছে।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে আগৰতলালৈ চমু ভ্ৰমণসূচী লৈ আহিব লগীয়া সম্পাদক ৰাম মাধৱ কেবিনেট মন্ত্ৰীসকলৰ লগতো গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব। কিয়নো ত্ৰিপুৰা চৰকাৰৰ মন্ত্ৰীসকল একেবাৰে নতুন সেয়ে কোনো বেমেজালি উৎপত্তি নোহোৱাকৈ যাতে সঠিক ৰূপত চৰকাৰী কাম-কাজ পৰিচালনা হয় তাৰ বাবে কিছু পৰামৰ্শ আগবঢ়াব।

আনহাতে নতুন চৰকাৰৰ কাম-কাজ সম্পৰ্কে পৰ্যালোচনা কৰা তথা পৰামৰ্শ দিয়াৰ উদ্দেশ্যে ভৱিষ্যতলৈ আৰু কেন্দ্ৰীয় নেতা ৰাজ্যলৈ আহিব বুলিও শুত্ৰটোৱে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd