• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীৰ গদাধৰ নৈৰ পৰা এ টি এম উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 9:51 am
300
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ধুবুৰী জিলাৰ আৰক্ষীয়ে অভিযান চলাই গদাধৰ নৈৰ বুকুৰ পৰা এটা এ টি এম উদ্ধাৰ কৰে। মঙলবাৰৰ পৰা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীয়ে স্থানীয় কেইবাজনো ডুবাৰুৰ সহায়ত বুধবাৰে গদাধৰ নৈৰ বুকুৰ পৰা চুৰি এ টি এম টো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গৌৰীপুৰৰ তাৰঘাট দলংৰ তলত গদাধৰ নৈত  আৰক্ষী উপস্থিত হৈ  এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহোগত অভিযান আৰম্ভ কৰে। যোৱা দুই ডিচেম্বৰত ধুবুৰী চহৰৰ মাজমজিয়াৰ এলাহাবাদ বেংকৰ পৰা চোৰৰ দলটোৱে এ টি এম সহ ধন চুৰ কৰি লৈ গৈছিল।  আৰক্ষীয়ে চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই এ টি এম টো  উদ্ধাৰ কৰিবলৈ সক্ষম  হয় ৷ এক তথ্য অনুসৰি অসমৰ ভিন্ন প্ৰান্তৰ বহু কেইটা এটিএম চুৰিকাণ্ডৰ সৈতে এই চোৰ কেইটা জড়িত  থকাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই চোৰৰ দলটিত মুঠ  ১৩ জন এ টি এম চোৰ আছিল আৰু গোটেই কেইটাক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে৷

 

Recent News

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd