• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত অতিৰিক্ত বোজা বহন কৰা ট্ৰাকৰ বিৰুদ্ধে অভিযান

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
March 22, 2018 2:11 pm
DHUBRI
134
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰে অতিৰিক্ত বোজা বহন কৰা ট্ৰাকৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিছে পৰিবহন বিভাগে। ধুবুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা মঙলবাৰে নিশা পৰিবহন বিভাগে চলোৱা এই অভিযানত কেইবাখনো ট্ৰাক জব্দ কৰা হয়।

জিলাখনৰ পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে এই সন্দৰ্ভত কয় যে জব্দ কৰা ট্ৰাক কেইখনে অনুমতিতকৈ অধিক কয়লা আৰু শিল কঢ়িয়াই নিয়াৰ তথ্য লাভ কৰি চলোৱা অভিয়ান কালতে সফলতা লাভ কৰে আৰক্ষীয়ে।

অভিযানকালত আৰক্ষীয়ে এএছ ১৭ বি ২১৯৮, এএছ ১৭ বি ৩১২৫ আৰু ডব্লিঅ’ বি ৫৯এ ৫৮৭৭ নামৰ ট্ৰাক তিনিখন জব্দ কৰা বুলি সদৰী কৰে পৰিবহন বিষয়া গৰাকীয়ে।

আনহাতে কয়লা আৰু শিল সৰবৰাহ কৰা ট্ৰাকখনৰ পৰা ৭৪,০০০ আৰু আন এখন বাহনৰ পৰা ৫০০০ টকা জৰিমনা সংগ্ৰহ কৰে বিভাগটোৱে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সমাগত সময়তো ৰাষ্ট্ৰীয় ঘাইপথৰে অতিৰিক্ত বোজা বহন কৰা ট্ৰাকৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি ঘোষণা কৰে পৰিবহন বিষয়া কাৰ্জিয়ে।

DHUBRIউল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতিৰিক্ত বোজা বহন কৰা ট্ৰাক চলি থকাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈ আহিছিল। সেই অভিযোগৰ ভিত্তিতে উক্ত অভিযান চলোৱা হৈছিল বুলি প্ৰকাশ কৰিছে এটি সূত্ৰই।

আনহাতে ধবুৰীৰ পৰিবহন বিষয়াগৰাকীয়ে আবকাৰী বিভাগকো এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

 

Recent News

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd