• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ ২২৭ খনক বৈধ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 10:34 pm
naga

নাগালেণ্ড

144
VIEWS
Share on FacebookShare on Twitter

৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ পৰীক্ষণৰ পিছত বৃ্হস্পতিবাৰে ২২৭ খন বৈধ ঘোষিত হৈছে। ২২ গৰাকী প্ৰাৰ্থীক বাদ দি বাকী সকলো প্ৰাৰ্থীয়ে কালি অৰ্থাৎ মনোনয়ন দাখিলৰ অন্তিম দিনাহে নিজৰ মনোনয়্ন দাখিল কৰে।

১৩ সংখ্যক নাগালেণ্ড বিধানসভাৰ বাবে আজি ৰাজ্যজুৰি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। নাগালেণ্ডৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া এন ম’ৱা আয়াৰে জাৰি কৰা এক বিবৃতি অনুসৰি ৩৩ চুৰুহ’ত’ সমষ্টিৰ এজন প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষা ১০ ফেব্ৰুৱাৰিলৈ পিছুৱাই দিয়া হৈছে।

অৱশ্যে কাৰ কাৰ বা কোন দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে সেয়া এতিয়ালৈকে নিৰ্বাচন আয়োগে জনোৱা নাই। ১২ ফেব্ৰুৱাৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত সিনহাই জনায় যে ৪৮ গৰাকীমান প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব বুলি আশা কৰা হৈছে।

মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ ৫ গৰাকী মহিলা।

এন পি এফ (Naga People’s Front), এন দি পি পি (Nationalist Democratic Progressive Party), এন পি পি (National People’s Party), বিজেপি, কংগ্ৰেছ, জে ডি (য়ু), এল জি পি, এন চি পি আৰু আপক ধৰি মুঠ ৯ টা ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

মককচাং জিলাত সৰ্বাধিক ৪৮ গৰাকী আৰু মন জিলাত ৪১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

এই নিৰ্বাচনত এন পি এফ আৰু বিজেপি-এন দি পি পিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে।

আনহাতে জেদিয়ু দলে আজি ক’হিমাত নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে।

Recent News

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd