• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাম বাদপৰা প্ৰকৃত ভাৰতীয়ক সহায় কৰিব বিপিএফে : হাগ্ৰামা মহিলাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 30, 2018 10:25 pm
137
VIEWS
Share on FacebookShare on Twitter

আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা বিটিছি এলেকাৰ লোকসকলক যিকোনো দিশত সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে বিটিছি অঞ্চলতো বহুতৰে নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

তাৰোপৰি ‘নাম বাদপৰা প্ৰকৃত ভাৰতীয়সকলৰ সহায়ৰ বাবে বিপিএফ দল ভৱিষ্যতেও তেওঁলোকৰ লগত থাকিব। নাম নহাসকলে চিন্তা কৰিব নালাগে।’ এই দৰে মন্তব্য কৰে হাগ্ৰামাই।

আনহাতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলোৰে কাৰণে উজৰ-আপত্তি দৰ্শোৱা তথা আবেদন কৰাৰ বাবে সময় দিয়াৰ কথা উল্লেখ কৰি  এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাসকলক শংকিত নহ’বলৈ আহ্বান জনাই।

তদুপৰি নাম বাদ  পৰা প্ৰকৃত ভাৰতীয়সকলৰ কাৰণে বিটিচি অঞ্চলত তেওঁলোকে দলৰ ফালৰ পৰা কি নথি-পত্ৰৰ অভাৱত ভাৰতীয় নাগৰিকসকলৰ নামটো অহা নাই, সেইসকলক সহায় কৰিবৰ বাবে পূৰ্বৰে  পৰা ভাবি আহিছে বুলি তেওঁ সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।

আনহাতে কাইলৈৰ পৰাই বিপিএফৰ উদ্যোগত এই প্ৰক্ৰিয়া আৰম্ভ হ’ব যদিও অহা ৪ আগষ্টত হ’বলগীয়া দলৰ কাৰ্য্যনিৰ্বাহক বৈঠকত বিটিচি অঞ্চলত যিসকলৰ নাম অহা নাই বা কি নথি-পত্ৰৰ অভাবত তেওঁলোকৰ নাম আহিল, সেইসকলক সহায় কৰাৰ বাবে আলোচনা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

Recent News

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd