• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত ৰাজৰ অন্তৰ্গত ৬টা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ছিকিম

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 1:56 pm
Sikkim-panchayat-awards-570x320
116
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ মণ্ডলাত পঞ্চায়ত ৰাজ  দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত পঞ্চায়ত ৰাজৰ অন্তৰ্গত বিভিন্ন শাখাত  ছিকিমক ৬টা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। মঙলবাৰে এই বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যখনক এই বঁটা প্ৰদান কৰা হয়।

বুধবাৰে চৰকাৰী সংবাদ বিজ্ঞপ্তি এটাত এই কথা প্ৰকাশিত হৈছে।

ই-পঞ্চায়ত পুৰস্কাৰ শাখাৰ প্ৰথম বঁটা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতৰ পৰা ছিকিমৰ গ্ৰাম্য ব্যৱস্থাপনা আৰু বিকাশ (RMD)আৰু সঞ্চায়তৰ সঞ্চালক এম এন ধাকালে গ্ৰহণ কৰে।

একেদৰে দক্ষিণ ছিকিমৰ মণিৰাম ফালিধাৰা গ্ৰাম পঞ্চায়ত গোটক গ্ৰাম পঞ্চায়ত বিকাশ পৰিকল্পনা বঁটা প্ৰদান কৰা হয় আৰু এই বঁটাটো প্ৰধান মন্ত্ৰীৰ হাতৰ পৰা সঞ্চায়ত সদস্য তপদা ভূটীয়াই গ্ৰহণ কৰে।

ৰাজ্যিক গ্ৰাম্য বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু পঞ্চায়ত ৰাজৰ ৰাজ্যিক মন্ত্ৰী পৰষোত্তম ৰুপালাই বাকী ৪টা বঁটা ছিকিমক প্ৰদান কৰে।

তেওঁলোকে ছাউথ ডিষ্ট্ৰিক্ট জিলা পঞ্চায়তৰ অধ্যক্ষ ফাৰৱান্তি তামাং আৰু উপাধ্যাক্ষ ভীম বাহাদু লাখেৰ হাতত দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ (DDUPSP) প্ৰদান কৰে।

পশ্চিম ছিকিমৰ মাৰটাম গ্ৰাম পঞ্চায়ত গোটৰ হৈ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ গ্ৰহণ কৰে পঞ্চালয়তৰ সভাপতি চাবি লাল চেত্ৰী আৰু সম্পাদক কুমাৰ ৰাজে।

 

দক্ষিণ ছিকিমৰ নামফিং গ্ৰাম পঞ্চায়ত গোটৰ হৈ দীন দয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ গ্ৰহণ কৰে সভাপতি বিকাশ শৰ্মা আৰু উপ সভাপতি দুৰ্গা বাহাদুৰ ছুব্বাই।

গাঁও সভাসমূহৰ বিশিষ্ট কাৰ্যাৱলীৰ বাবে গ্ৰাম পঞ্চায়তলৈ আগবঢ়োৱা  নানাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম সভা পুৰস্কাৰ (NDRGGSP) প্ৰদান কৰা হয় উত্ৰ ছিকিমৰ তিংভং গ্ৰাম পঞ্চায়ত গোটলৈ আৰু পুৰস্কাৰ গ্ৰহণ কৰে সভাপতি ছেৰিং ৰাপজোৰ লেপচা আৰু সম্পাদক নৰ্গে লেপচাই।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd