• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচ গৰাকী ব্যক্তিলৈ ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা’ জীৱনজোৰা সাফল্য বঁটা

by
December 13, 2017 5:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে আবেলি গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল জগদিশ মুখীয়ে ৫ গৰাকী ব্যক্তিক ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা’ জীৱনজোৰা সাফল্য বঁটা প্ৰদান কৰে।

সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা  ব্যক্তি সকলক প্ৰদান কৰি অহা উক্ত বঁটাত ৫০,০০০ টকাৰ লগতে এখনি স্মাৰক আছে। এই বছৰৰ বঁটা প্ৰাপ্ত সকলৰ ভিতৰত আছে অৰুণ শৰ্মা(মৰোণত্তৰভাৱে), বিদ্যা ৰাও, দিলিপ কুমাৰ হাজৰিকা, অৰ্চনা মহন্ত আৰু ফটিক বৰুৱা।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰাজ্যপাল গৰাকীয়ে সকলোকে মানৱীয়তাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা পাব্লিক ছেৰিটেবল ট্ৰাষ্ট’ য়ে সমাজলৈ আগবঢ়াই অহা অৱদানক প্ৰশংসা কৰি জগদিশ মুখীয়ে কয় যে সমাজৰ প্ৰতি আবঢ়োৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অৱদানে দৰিদ্ৰ আৰু অভাৱী লোকসকলক  এক মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ উপিৰও তেওঁ সকলোকে নিজৰ সামৰ্থ অনুযায়ী নিস্বাৰ্থভাৱে সমাজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। অসম ইয়াৰ স্বকীয় কলা, সাহিত্য, সংষ্কৃতিৰ বাবে জনাজাত আৰু উক্ত ব্যক্তি সকললৈ আগবঢ়োৱা এই বঁটা প্ৰদানে সাহিত্য, সংষ্কৃতিৰ ক্ষেত্ৰত যে অসম চহকী তাকে প্ৰতিপন্ন কৰিছে। তেওঁ আৰু কয় যে যিহেতু যুৱ সমাজেই হৈছে দেশৰ ভৱিষ্যত সেয়ে সমাজৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে নিজৰ সামৰ্থ অনুযায়ী যুৱ সমাজক অনুপ্ৰাণিত কৰাত সহযোগিতা আগবঢ়োৱা উচিত।

অনুষ্ঠানটোত ‘জীৱন ৰাম মুঙী দেৱী গোৱেংকা পাব্লিক ছেৰিটেবল ট্ৰাষ্ট’ৰ  কাৰ্যবাহী ট্ৰাষ্টি শংকৰ লাল গোৱেংকা, বিশিষ্ট সাংবাদিক ডি এন বেজবৰুৱা, ৰয়েল গ্ৰুপৰ অধক্ষ্য অশোক পানচাৰি আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

September 8, 2025 3:01 pm
পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd