• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ বছৰ কৰা হ‘ল মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 7:26 am
178
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ শিক্ষা বিভাগৰ উচ্চ সঞ্চালকালয়ৰ পৰা জাৰি কৰা এক জাননী অনুসৰি এতিয়াৰে পৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ কৰা হৈছে। উচ্চ শিক্ষা বিভাগৰ সঞ্চালক বাবুলাল শৰ্মাই এই সন্দৰ্ভত এখন জাননী জাৰি কৰি সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰিছে।

মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ হ’ব লাগে বুলি বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক নিৰ্দেশনা আছে। এনে নিৰ্দেশনাৰ আধাৰত ৰাজ্য চৰকাৰে অসম কলেজ কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) আইন ২০১০ নামেৰে এখন আইন প্ৰণয়ন কৰে। এই আইনৰ ভিত্তিতে ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ হ’ব লাগে বুলি নিৰ্দ্ধাৰণ কৰি নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে।

উক্ত অধিসূচনা অনুসৰি চলিত মাহতে উচ্চ শিক্ষা সঞ্চালকে খালী হৈ থকা অধ্যক্ষ পদসমূহৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব। এখন বাছনি কমিটিয়ে অধ্যক্ষ নিৰ্বাচন কৰিব। এই ক্ষেত্ৰত স্বীকৃতি প্ৰদানকাৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অধ্যক্ষ হিচাপে লৈ এখন ছজনীয়া কমিটি গঠন কৰা হৈছে।

এক সূত্ৰ অনুসৰি বাছনি কমিটি আৰু মহাবিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তিপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ পাঁচবছৰীয়া কাৰ্যকালৰ সময়ছোৱাৰ কাম কাজত দৃষ্টি ৰাখিব আৰু তেওঁৰ কামত সন্তুষ্ট হ’লে বাছনি কমিটি আৰু পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষে বয়স থাকিলে অধ্যক্ষগৰাকীৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ব।

পাঁচ বছৰ সম্পূৰ্ণ কৰা যিসকল অধ্যক্ষৰ কাৰ্যকাল বৃদ্ধি নহয় তেওঁলোকক পুনৰ পূৰ্বৰ পদলৈ পঠিয়াই দিয়া হ’ব।

Recent News

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd