• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথক কামতাপুৰৰ দাবীত আক্ৰাছুৰ ২৪ ঘণ্টাীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ কোকৰাঝাৰত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 10, 2018 10:38 am
09-07-18 Bongaigaon- AKRSU Supporters burn Tire (3)
104
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত দেখাই অহা চৰম প্ৰতাৰণাৰ প্ৰতিবাদত সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাই সোমবাৰে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰে বি টি চিকে ধৰি নামনি অসমৰ বিভিন্ন অঞ্চলত।

কালি পূৱা পাঁচ বজাৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ বন্ধৰ সময়চোৱাত বি টি চিৰ প্ৰানকেন্দ্ৰ কোকৰাঝাৰ চহৰত যাত্ৰীবাহী বাহন সমূহৰ লগতে  অঞ্চলটোৰ একাংশ দোকান পোহাৰ সম্পূৰ্ণ ৰুপে বন্ধ হৈ পৰাত চহৰখনৰ স্বাভাৱিক জীৱন জাত্ৰা ব্যাহত হৈ পৰে। অৱশ্যে কমসংখ্যক ব্যক্তিগত বাহন আৰু একাংশ শাক-পাচলি বজাৰ খোলা থকা পৰিলক্ষিত হয়।

কোকৰাঝাৰ চহৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল যেনে চন্দ্ৰপাৰা, হল্টুতিনালী আদিতো দোকান- বজাৰ সম্পূৰ্ণ বন্ধ থাকে। ঠায়ে ঠায়ে বন্ধৰ সমৰ্থকে ৰাজপথলৈ ওলাই টায়াৰ আদি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে যদিও বন্ধৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ফলত বিশেষ কোনো ধৰণৰ অপ্ৰিতিকৰ ঘটনা সংঘটিত নহ’ল।

আনহাতে নামনি অসমৰ আন কেতবোৰ ঠাইত দুই এক বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে, উক্ত ঠাইসমূহত বন্ধ সমৰ্থকে শিলগুটি আদি নিক্ষেপ কৰি যান-বাহনৰ ওপৰত আক্ৰমণ চলাই, অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd