• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও জিলাৰ আই ভেলী বন সংমণ্ডলত সজাগতা সভা ও বৃক্ষ ৰোপণৰ প্ৰশিক্ষণঃ প্ৰতিগৰাকী হিতাধিকাৰীক ৫০ হাজাৰ টকাৰ চেক প্ৰদান

ইয়াছিন আলী by ইয়াছিন আলী
April 2, 2018 7:04 am
trees_utz-che

প্ৰতিনিধিত্বমূলক ফটো

216
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে বঙাইগাঁও জিলাৰ আই ভেলী বন সংমণ্ডলৰ অধীনৰ মানিকপুৰ সামাজিক বনানিকৰণ কাৰ্য্যালয়ত বঙাইগাঁও আৰু ধুবুৰী জিলা সামৰি নাৰ্ছাৰীৰ বাবে  বাছনিকৃত  হিতাধিকাৰীক হাতে-কামে নাৰ্ছাৰী  প্ৰশিক্ষণ দিয়া হয়।

বঙাইগাঁও আৰু ধুবুৰী জিলাৰ ৫০ জন হিতাধিকাৰীৰ লগতে বৃক্ষ ৰোপণত একাংশ উৎসাহীলোকেও   প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

এই নাৰ্ছাৰী   সজাগতা ও প্ৰশিক্ষণ কাৰ্য্যসূচীত উপস্থিত থাকে জিলা বন বিষয়া নাছিৰ আলী শ্বেইখ, আঞ্চলিক বন বিষয়া অৱনী সিংহ, উপ-আঞ্চলিক বন বিষয়া জগদীশ নাথ, বিট অফিচাৰ শংকৰ বৰ্মনৰ লগতে একাংশ বিষয়া কৰ্মচাৰীয়ে।

দুখনকৈ জিলাৰ পৰা বিধায়কসকলৰ জ্ঞাতাৰ্থে ৫০ গৰাকী  হিতাধিকাৰীক নাৰ্ছাৰীৰ বাবে  চৰকাৰীভাৱে ৫০ হাজাৰকৈ টকাৰ চেক সোমবাৰে প্ৰদান কৰিব বুলি জিলা বন বিষয়াই জনিব দিয়ে।

৫০ হাজাৰ টকাকৈ সাহায্যপ্ৰাপ্ত প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাঁচ হাজাৰ কৈ গছ পুলি লালন-পালন কৰিব লাগিব। কেৱল বৃক্ষৰোপন কৰিলেই নহব, নিয়মানুযায়ী ৰোপন কৰি কেনেদৰে তাক লালন-পালন কৰিব লাগিব তাৰো বিশদ প্ৰশিক্ষণ দিয়া হয় এই সজাগতা সভাত।

এই আঁচনিয়ে বন সংৰক্ষণ লগতে বৃক্ষৰোপন বৃদ্ধি কৰি পৰিৱেশ সুন্দৰ কৰিব বুলি  ৰাইজে আশা ব্যক্ত কৰিছে।

Recent News

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd