• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানৰ সময়ত বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ১৪৪ ধাৰা জাৰি

উত্তম শইকীয়া by উত্তম শইকীয়া
June 19, 2018 7:21 pm
NH 37 at Kaziranga

প্ৰতিনিধিত্বমূলক ছবি

314
VIEWS
Share on FacebookShare on Twitter

বানৰ সময়ত বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত বোকাখাতৰ মহকুমাধিপতিয়ে আজিৰে পৰা ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷

আজি জাৰি কৰা এক বিভাগীয় নিৰ্দেশ অনুসৰী বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে এই ধাৰা জাৰি কৰি কয় যে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত এই ধাৰা বলৱৎ থাকিব।

উল্লেখযোগ্য যে বানপানীৰ সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জীৱ-জন্তুয়ে নিৰাপদ আশ্ৰয় বিচাৰি প্ৰতি বছৰে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰমি দক্ষিণ দিশত থকা কাৰ্বি আংলং জিলাৰ পাহাৰলৈ গতি কৰে ৷ এই সময়তে ৰাষ্ট্ৰীয় পথেৰে যোৱা যান-বাহনৰ খুন্দাত প্ৰতি বছৰে বহু জীৱ-জন্তু নিহত হব লগীয়া হয় ৷

যাৰ পৰিপ্ৰেক্ষিতত বানপানীৰ সময়ছোৱাত ৩৭ ৰাষ্ট্ৰীয় পথেৰে পাৰ হোৱা বনৰীয়া জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবেই আজি বোকাখাতৰ মহকুমাধিপতিয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷

Recent News

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd