• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে দুবছৰতে সমালোচনাৰ ভৰ সহিব নোৱাৰি প্ৰতিবাদী কন্ঠ ৰোধ কৰিব বিচাৰিছে : অপূৰ্ব ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 30, 2018 9:44 pm
অপূৰ্ব ভট্টাচাৰ্য
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গণতান্ত্ৰিক ব্যৱস্থাৰ স্বাধীনতাৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুবছৰে সমালোচনাৰ ভৰ সহিব নোৱাৰি প্ৰতিবাদী কন্ঠ ৰোধ কৰিব বিচাৰিছে।‘

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে ছ’ছিয়েল মিডিয়াত শেহতীয়াকৈ কংগ্ৰেছ দলৰ ছ’ছিয়েল মিডিয়াৰ সৈতে জড়িত প্ৰমোদ পাৱে, নেকিব দুদুল আৰু দীপাংকৰ বৰাই মোডী চৰকাৰৰ কিছুমান আঁচনিক লৈ সমালোচনা কৰিছিল।

মোদী চৰকাৰক কাম-কাজক সমালোচনা কৰাৰ বাবে উক্ত তিনিওজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি ভট্টাচাৰ্য্যই বিবৃতিটোত কয় যে সুস্থ গণতন্ত্ৰত গণবিৰোধী ভূমিকাৰ সমালোচনা কৰাটো এক অপৰিহাৰ্য্য অংগ।

শাসকীয় বিজেপি দলৰ নেতৃত্বত চলা ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ আৰক্ষী বিভাগে এইক্ষেত্ৰত পক্ষপাতিত্বমূলকভাবে একমাত্ৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত ভূৱা গোচৰ জাপি দি কংগ্ৰেছ কৰ্মীৰ কন্ঠ ৰোধ কৰিব বিচাৰিছে বুলিও তেওঁ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

ভট্টাচাৰ্য্যই ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি কয়, ‘কংগ্ৰেছ জন-গণৰ প্ৰতি দায়িত্ব থকা দল, এই দলে জনগণৰ অধিকাৰ খৰ্ব কৰিব বিচৰা কাৰ্য্যৰ প্ৰতিবাদ কৰিবলৈ নীতিগতভাবে দায়বদ্ধ। আৰক্ষীৰ ত্ৰাস আৰু চৰকাৰৰ প্ৰতিৰোধ পৰায়ণতা মনোভাবে আমাক আৰু দৃঢ় কৰিহে তুলিব।‘

আনহাতে, কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি ‘দীপাংকৰ বৰা নামৰ ল’ৰাজনে কিছুমান লিমাৰিক শব্দ ব্যৱহাৰ কৰি চৰকাৰক সমালোচনা কৰিছিল, এইটো কংগ্ৰেছ দলৰো নীতি বহিৰ্ভূত কথা।‘

‘কিন্তু ল’ৰাজন বয়সত বহু সৰু,‘ বুলি আমাৰ আগত মত প্ৰকাশ কৰি লগতে তেওঁ কয় যে চৰকাৰখনে অনুধাবন কৰা উচিত এনেকুৱা ধৰণৰ প্ৰতিবাদী সত্তা সৰু ল’ৰাটোৰ মনত কিয় গঢ় লৈ উঠিল?

‘কংগ্ৰেছৰ দিনতো এটা ব্যক্তিগত চেনেলৰ জৰিয়তে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ চৰকাৰখনক ব্যংগাত্মকভাবে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ উপৰিও বৰ্তমানো বিজেপিৰ নেতাসকলে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক পাপ্পু বুলি ইতিকিং কৰাৰ লগতে বিৰোধী ভূমিকা লৈ থাকোঁতে বিজেপিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বকো কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।‘ এনেদৰে আক্ষেপ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই।

তেওঁ লগতে উল্লেখ কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছিল যদিও বিজেপি চৰকাৰৰ দৰে প্ৰতিশোধমূলক পন্থা তেওঁলোকে লোৱা নাছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd