• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত বনৰীয়া গাহৰিৰ আক্ৰমণত দুজন ব্যক্তি আহত

উত্তম শইকীয়া by উত্তম শইকীয়া
December 20, 2017 4:46 pm
142
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ বোকাখাতৰ ধোৱাআটি বেলগুৰি গাঁৱত আজি বিয়লি পথাৰত কাম কৰি থকা অৱস্থাত বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰি ২ জন ব্যক্তিক গুৰুতৰভাৱে আহত কৰে। গাহৰিৰ আক্ৰমণত আহত হোৱা ব্যক্তি দুজন বেজীয়া দলে আৰু ৰঞ্জিত মোদী বুলি জানিব পৰা গৈছে। আনহাতে বেজিয়া দলেৰ ঘৰ বোকাখাতৰ আমটেঙা গাঁৱত আৰু ৰঞ্জিত মোদীৰ ঘৰ ধোৱাআটিৰ বেলগুৰি গাঁৱত। বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভআৱে আহত হোৱা ব্যক্তি দুজনক বোকাখাতৰ কমলামিৰি অসামৰিক হস্পিটেলত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল। কিন্তু লোক দুজনৰ অৱস্থা গুৰুতৰ হৈ পৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰদান কৰা হয়। ইফালে বনৰীয়া গাহৰিৰ উপদ্ৰৱত ক্ষুব্ধ হৈ স্থানীয় লোকে ব্যক্তি দুজনক আক্ৰমণ কৰা বনৰীয়া দঁতাল গাহৰিটোক প্ৰহাৰ কৰি হত্যা কৰে।

Recent News

জৰুৰী অৱস্থা প্ৰত্যাহাৰ! ডিচেম্বৰৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি ম্যানমাৰত গঠন অন্তৱৰ্তীকালীন চৰকাৰ

জৰুৰী অৱস্থা প্ৰত্যাহাৰ! ডিচেম্বৰৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি ম্যানমাৰত গঠন অন্তৱৰ্তীকালীন চৰকাৰ

১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অনিল আম্বানীক ইডিৰ চমন

১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অনিল আম্বানীক ইডিৰ চমন

ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তিনিচুকীয়াত মানৱ সৰবৰাহৰ চেষ্টা; উদ্ধাৰ ২৬ গৰাকী ছোৱালী

ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি তিনিচুকীয়াত মানৱ সৰবৰাহৰ চেষ্টা; উদ্ধাৰ ২৬ গৰাকী ছোৱালী

সেউজ উইকেটত সমস্যাত ভাৰত; ব্যৰ্থ টপ অৰ্ডাৰ, কৰুণৰ অৰ্ধশতকেৰে ভাৰতৰ স্ক’ৰ ৬ উইকেটত ২০৪

সেউজ উইকেটত সমস্যাত ভাৰত; ব্যৰ্থ টপ অৰ্ডাৰ, কৰুণৰ অৰ্ধশতকেৰে ভাৰতৰ স্ক’ৰ ৬ উইকেটত ২০৪

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd