• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী, অভিনেতা বিদ্যা শইকীয়াৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
May 19, 2018 9:12 pm
Bidya Saikia
120
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী, গাঁও পঞ্চায়তৰ প্ৰাক্তন সচিব, বিভিন্ন সামাজিক অনুষ্ঠান, বিদ্যালয়, নামঘৰ আদি প্ৰতিষ্ঠানৰ লগত জড়িত ম’হমাইকী গাঁৱৰ নিবাসি বিদ্যা শইকীয়াৰ কালি বিয়লি মধুমেহ ৰোগত আত্ৰান্ত হৈ যোৰহাট মিছন হাস্পতালত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮২ বছৰ ৷

১৯৩৬ চনত জন্ম গ্ৰহণ কৰা বিদ্যা শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰিছিল গাঁও পঞ্চায়তৰ সচিব হিচাপে। চাকৰি জীৱনৰ মাজতে সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগতো ওতপ্ৰোতভাৱে জড়িত হৈ পৰা বিদ্যা শইকীয়া এজন সমাজকৰ্মী হিচাপেও পৰিচিত আছিল।

বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ লগতে তেওঁ  শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বোকাখাত জিলা শাখাত থকা শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাখাত টাউন হাইস্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাখাত হিতেশ্বৰ বৰপূজাৰী একাডেমীৰ প্ৰতিষ্ঠাপক, বোকাখাত উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য, ডিফলুপথাৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক, বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক,  অসম গাওঁৰক্ষী বাহিনী, বোকাখাতৰ থানা সমিতিৰ সচিব, বোকাখাত নাট্য মন্দিৰৰ সম্পাদক, বোকাখাত বাৰোৱাৰী পূজা সমিতিৰ সম্পাদক আদিৰ দৰে বহু অনুষ্ঠানৰ সৈতে জড়িত আছিল।

এজন সু-অভিনেতা হিচাপেও বিদ্যা শইকীয়াৰ সুনাম আছিল ৷ তেওঁৰ মৃত্যুুুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধ আহি তেওঁ ঘৰত সমবেত হয়। মৃতদেহ যোৰহাটৰ পৰা বাসগৃহ আহি পোৱাৰ পিছত বিশিষ্ট ব্যক্তিসকলৰ উপৰি বোকাখাতৰ বিভিন্ন দল সংগঠনে আহি তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

শইকীয়াৰ মৃত্যুত সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত শইকীয়াই পৰিবাৰ কীৰ্তি শিক্ষয়িত্ৰী সোণমাই শইকীয়াৰ লগতে পাঁচ পুত্ৰ আৰু বহু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd