• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়ো আৰু গোৱালপাৰীয়া লোক সংগীত প্ৰতিযোগিতাৰ সামৰণি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 4, 2018 8:15 pm
kokrajhar folk songs grand finale
216
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ই আয়োজন কৰা ‘ছং অৱ দা ছইল’ শীৰ্ষক বড়ো লোক সংগীত আৰু গোৱালপাৰীয়া লোক সংগীত প্ৰতিযোগিতাৰ আজি কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সামৰণি পৰে।

আজি বিভিন্ন বিশিষ্ট ব্যক্তি, শিল্পী তথা সংগীত প্ৰেমীসকলৰ উপস্থিতিত অল ইণ্ডিয়া ৰেডিঅ’ তথা দূৰদৰ্শনৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপদেষ্টা তথা প্ৰাক্তন অতিৰিক্ত মহাপৰিচালক দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে ফাইনেল তথা সামৰণি অনুষ্ঠান কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনৰ কৰি শুভাৰম্ভণি কৰে।

গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ’ৰ সহকাৰী সঞ্চালক ৰাজীৱ বৰুৱা, বড়ো সাহিত্য সভাৰ সভাপতি টৰেন বড়ো, সদৌ বড়ো ছাত্ৰ সন্থাৰ সাঘাৰণ সম্পাদক লৰেন্স ইছলাৰী, কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ অভিযন্তা পৰিচালক অকিলাস প্ৰসাদ সিং আৰু কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ এডিপি চক্ৰধৰ বড়োৰ লগতে বিভিন্ন ব্যক্তি উপস্থিত আছিল।

উল্লেখযোগ্য যে ‘ছং অৱ দা ছইল’ শীৰ্ষক সংগীত ৰিয়েলিটি প্ৰতিযোগিতাখন যোৱা বছৰৰ ৩০ মেৰ পৰা আৰম্ভ হৈছিল।

দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে অসমৰ লোক সংগীত সমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্যে তথা নব প্ৰজন্মৰ মাজত সংগীতৰ ক্ষেত্ৰত থকা অন্তৰ্নিহিত প্ৰতিভা সমূহ উলিয়াই অনাৰ বাবেই এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছিল।

অসমৰ চহকী লোক সংগীতে যুব প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিব বুলিও বসুমতাৰীয়ে আশা প্ৰকাশ কৰে। তদুপৰি ইয়াৰ জৰিয়তে কোকৰাঝাৰ অল ইণ্ডিয়া ৰেডিঅ’ক উন্নীত কৰাৰ প্ৰয়াস কৰা হৈছে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd