• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাদেশীকৰণৰ দাবীত বৰপেটাতো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ ধৰ্মঘট

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
March 27, 2018 8:36 am
a5135950-9806-4196-8948-94cb0c32dbee
118
VIEWS
Share on FacebookShare on Twitter

আইন অনুসৰি যোগ্য বিবেচিত ৩২ হাজাৰ শিক্ষক কৰ্মচাৰীক অতিশীঘ্ৰে প্ৰাদেশীকৰণ কৰা আৰু প্ৰাদেশীকৰণ আইনৰ ব্যাপক সংশোধনৰ দাবীত অসম শিক্ষক কৰ্মচাৰীৰ আহ্বানত সোমবাৰে ৰূপায়ন কৰা ধৰ্মঘট কাৰ্যসূচী অনুসৰি বৰপেটাতো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীয়ে ৰূপায়ন কৰে তিনিঘণ্টীয়া অৱস্থান ঘৰ্মঘট।

উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ এঘাৰ বজাৰ পৰা ৰূপায়ন কৰা ধৰ্মঘট  কাৰ্যসূচীত  জিলাখনৰ  বিভিন্ন  প্ৰান্তৰ পাঁচ শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগান দিয়ে।

কাৰ্যসূচীতডি ৱাই এফ আইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পিয়াৰুল ইছলামে উপস্থিত থাকি কয় যে, আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে এতিয়া আন্দোলনকাৰীৰ কথা নুশুনিনাগপুৰৰ নিৰ্দেশত কাম কৰি আছে ৷ মুখ্যমন্ত্ৰীৰ এনে ভুমিকাৰ বাবেই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীৰ জীৱনৰ কোনো পৰিবৰ্তন হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ৷

ধৰ্মঘটস্থলীত ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছাবেদ ভূঞা, জিলা সমিতিৰ মুখ্য সম্পাদক আৰু যুটীয়া সম্পাদক ক্ৰমে আমিৰুল ইছলাম আৰু  পুলেন্দ্ৰ  দাসেও  ভাষণ   প্ৰদান  কৰে৷ ধৰ্মঘটৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd