• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ কাষতে বহি দ্বিতীয় বৰ্ষপূৰ্তিত সোণোৱাল চৰকাৰক কিমান নম্বৰ দিলে হাগ্ৰামাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2018 8:59 pm
CM sonowal addresses Press Meet
78
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে বিষোদগাৰ প্ৰকাশ কৰিলেও সোণোৱাল চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  আজি ২৪ মে’ত আয়োজন কৰা সংবাদমেলত চৰকাৰক লৈ যথেষ্ট সন্তুষ্ট যেন দেখা গ’ল হাগ্ৰামা মহিলাৰীক।

মুখ্য মন্ত্ৰী সোণোৱালৰ দুবছৰীয়া কাম-কাজৰ খতিয়ানত হাগ্ৰামাই ১০০ৰ ভিতৰত ১০০ নম্বৰ দিয়া বুলি মন্তব্য কৰে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিচি উন্নয়নৰ কাৰণে পাবলৈ বাকী থকা টকাখিনি লাহে লাহে পাব বুলি আশা প্ৰকাশ কৰি মহিলাৰীয়ে কয় ‘১০০০ কোটি টকাৰ বৰ্তমানলৈ ৫০০ কোটি টকা পাইছো।’

আনহাতে ৰাজ্য উত্তাল হৈ থকা নাগৰিকত্ব বিধেয়কক লৈ ‘সাপো নমৰক, লাঠীও নাভাগক’ নীতি লোৱাৰ কথাই আজি পুনৰ দোহাৰিলে হাগ্ৰামাই। তেওঁ কয় যে ‘অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাব, তাৰ পিছত সকলো ঠিক হৈ যাব।’

উল্লেখযোগ্য যে খানাপাৰাস্থিত অসম প্ৰশাসনিক মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত চৰকাৰৰ আজি প্ৰশংসাত পঞ্চমুখ হৈ পৰা হাগ্ৰামাই ‘বিজেপিয়ে এবছুৰ লগ লাগি বিপিএফক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু বিটিচিত বিপিএফক বিজেপিয়ে একো কৰিব নোৱাৰে’ বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল।

তাৰোপৰি অলপতে অনুষ্ঠিত হোৱা নেডাৰ বৈঠকতো তেওঁ বিজেপি চৰকাৰৰ পৰা পাবলগীয়া কিছুমান সা-সুবিধা লাভ নকৰা বুলি অমিত শ্বাহৰ সন্মুখতে ক্ষোভ উজাৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে মিত্ৰজোঁটৰে অগপ দলৰ মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ৰখাৰ পৰা বিৰত থাকে।

Recent News

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd