• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতা : গোলাঘাট জিলা চাহ জনজাতি একাদশ বিজয়ী

উত্তম শইকীয়া by উত্তম শইকীয়া
February 21, 2018 8:24 pm
Chief MInister;s Football Tournament
413
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ খেল পথাৰত আজি বিয়লি মুখ্যমন্ত্ৰীৰ চাহ জনজাতি ফুটবল প্ৰতিযোগিতাৰ গোলাঘাট মণ্ডলৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

আজিৰ এই চূড়ান্ত খেলত গোলাঘাট জিলা চাহ জনজাতি একাদশ আৰু কাছাৰ জিলা চাহ জনজাতি একাদশে অংশ গ্ৰহন কৰে ৷

খেলখনত গোলাঘাট জিলা চাহ জনজাতি একাদশে কাছাৰ একাদশক তিনি শূন্য গলত পৰাজিত কৰি মণ্ডলৰ শ্ৰেষ্ঠ দল হিচাবে নিৰ্বাচিত হৈ ফুটবল প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷

আজিৰ চূড়ান্ত খেলৰ প্ৰাক মুহুৰ্তত আয়োজিত উদ্বোধনী অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত গৌৰৱ ভোথ্ৰা, অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, ৰাজহ চক্ৰ বিষয়া ধীৰাজ দাস আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া উপস্থিত থাকে ৷

গোলাঘাট জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাঙে আঁত ধৰা এই অনুষ্ঠানত অতিথি সকলক ফুলাম গামোছাৰে আদৰণি জনোৱা হয় ৷

খেলৰ দ্বিতীয়াৰ্দ্ধত গোলাঘাট জিলা একাদশৰ হৈ বসন্ত ভূঞাই ২ টা আৰু হেমন্ত টুৰীয়ে এটা গল দি দলক জয়যুক্ত কৰে ৷

বোকাখাত খেল পথাৰত অনুষ্ঠিত এই বিশেষ ফুটবল খেলখন পৰিচালনা কৰে ৰঞ্জিত শ্ৰেষ্ঠ , দিগন্ত সন্দিকৈ , খগেন তাঁতী আৰু ধীৰেন পেগুয়ে ৷

খেলৰ শেষত বসন্ত ভূঞাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও গোলাঘাট জিলা একাদশক শ্ৰেষ্ঠ আৰু কাছাৰ একাদশ দলক দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা প্ৰদান কৰা হয় ৷

Recent News

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd