• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইত উত্তৰ-পূবৰ খেলুৱৈক লৈ জাহ্নু বৰুৱাৰ পুত্ৰই গঠন কৰিলে নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি; নিজেও খেলিব দলত

সুমন্ত কাকতী by সুমন্ত কাকতী
June 8, 2018 8:26 pm
NortheastRangersFC

মুম্বাইত নৰ্থ-ইষ্ট ৰেঞ্জাৰছৰ অনুশীলনৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূবৰ ফুটবলপ্ৰেমী আৰু ক্ৰীড়াপ্ৰেমীক উৎসাহিত কৰিব পৰা এটা ভাল খবৰ। যশস্বী অসমীয়া চিনেমা নিৰ্মাতা আৰু পৰিচালক  জাহ্ন বৰুৱাৰ একমাত্ৰ পুত্ৰ অজু বৰুৱাই মুম্বাইত উত্তৰ-পূৱৰ খেলুৱৈক লৈ নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি নামেৰে এটা পেচাদাৰী ফুটবল দল গঠন কৰিছে। সম্ভাৱনাময় ফুটবল প্ৰতিভাৰ আকৰস্বৰূপ এই অঞ্চলটোৰ খেলুৱৈৰে এটা দল গঠন কৰা খবৰটোৱে অসমীয়া ফুটবলপ্ৰেমীক যথেষ্ট কৌতূহল দিয়াৰ লগতে আনন্দৰ স্বাদো দিছে।

জানিব পৰামতে এই দলটোৱে প্ৰাথমিকভাৱে মুম্বাই ডিষ্ট্ৰিক্ট ফুটবল এছ’চিয়েশ্যনৰ তৃতীয় ডিভিজনত খেলিব। ইয়াৰ বাবে ইতিপূৰ্বে দুটা পৰ্য্যায়ত খেলুৱৈৰ ট্ৰায়েল হৈ গৈছে। দল নিৰ্বাচনো হৈ গৈছে।

উল্লেখ্য যে ক্লাবৰ সংগঠক অজু বৰুৱা  নিজেই এজন সুদক্ষ ফুটবলাৰ আৰু নিয়মীয়াকৈ মুম্বাইৰ স্থানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ ইতিপূৰ্বে সমৰ্থ হৈছে।  অজুৱে দলৰ হৈ খেলুৱৈ হিচাপেও অৱতীৰ্ণ হ’ব। অলপতে দলটোৰ জাৰ্ছি আৰু লগ’ মুকলি কৰা হ’ব বুলি সূত্ৰটোৱে জনাইছে।

NortheastRangersFCSquad
নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চিৰ প্ৰথমখন খেলুৱৈ তালিকা। ফটো : ফেইচবুকৰ সৌজন্যত।

উত্তৰ-পূবৰ বাহিৰত আৰু বিশেষকৈ গোৱা, মুম্বাইৰ দৰে দেশৰ ফুটবলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এটা মণ্ডলত উত্তৰ-পূবৰ খেলুৱৈৰে এটা দল গঠন কৰি পেচাদাৰী ফুটবলত খোজ পেলোৱাৰ আইডিয়াটোৱে সমগ্ৰ অসমবাসীকে ৰোমাঞ্চিত কৰি তুলিছে। এতিয়া সকলোৱে আশা কৰি আছে এই দলটোৰ সাঁচ বহুৱাব পৰা প্ৰদৰ্শনৰ খবৰৰ বাবে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ যথেষ্ট সংখ্যক খেলুৱৈৰে গঠিত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি হ’ল এটা পেচাদাৰী ফুটবল ক্লাব, যিটোৱে ভাৰতৰ প্ৰথম শ্ৰেণীৰ পেচাদাৰী ক্লাব ফুটবল প্ৰতিযোগিতা আই এছ এলত খেলি আহিছে। এইটো ক্লাবৰ স্বত্বাধিকাৰী হ’ল বলিউদৰ অভিনেতা জন আব্ৰাহাম।  সেই ফালৰ পৰা নৰ্থ-ইষ্ট ৰেঞ্জাৰছ এফ চি হ’ল এই ক্ষেত্ৰত দ্বিতীয়টো পেচাদাৰী দল।

সুমন্ত কাকতী

সুমন্ত কাকতী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd