• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় কংগ্ৰেছত অসন্তুষ্টি : প্ৰাৰ্থিত্ব প্ৰদানকলৈ ১১৫ কংগ্ৰেছ সদস্যৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 9:08 am
congress-33
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ আসন্ন নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে। নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানকলৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবে দুটা সমষ্টিৰ মুঠ ১১৫ গৰাকী কংগ্ৰেছ সদস্যই পদত্যাগ কৰিছে।

দক্ষিণ গাৰো পাহাৰ জিলাৰ চ’কপট বিধানসভা সমষ্টিৰ ১০০ গৰাকী সদস্যই লাজাৰুছ চাংমাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি সোমবাৰে তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে।

একেদৰে ৰি ভই জিলাৰ জিৰাং সমষ্টিৰ ১৫ গৰাকী কংগ্ৰেছ সদস্যই উইটনেছ ছাংক্লিক দিয়া প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি পদত্যাগ কৰিছে।

কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে পদত্যাগ পত্ৰ দাখিল কৰা সকলৰ ভিতৰত চ’কপট সমষ্টিৰ ব্লক কংগ্ৰেছৰ সদস্যৰ লগতে জিৰাং মহিলা কংগ্ৰেছ আৰু ৰি ভই জিলাৰ যুৱ কংগ্ৰেছৰ সদস্যও আছে।

অহা ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ ফলাফল ৩ মাৰ্চত ঘোষণা কৰা হ’ব।

২০১৫ চনত চ’কপট সমষ্টিৰ উপ নিৰ্বাচনত বিজয়ী হোৱা বিধায়ক ব্লুবেল মাৰাকে জনায় যে তেওঁ বিষয়টো সম্পৰ্কত দলৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিব বিচাৰি আছে যদিও কোনো সঁহাৰি পোৱা নাই।

আনহাতে ৰাজ্যখনৰ কংগ্ৰেছৰ এক সূত্ৰই জানিব দিয়ে যে চ’কপট বিধানসভা সমষ্টিত লাজাৰুছৰ ভাল জনপ্ৰিয়তা আছে।

লাজাৰুছে ২০১৩ চনত জিলাখনৰ বাঘমাৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। ব্লক কংগ্ৰেছৰ এগৰাকী নেতাই জানিবলৈ দিয়ে যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগতে ৰাজ্যিক নেতৃত্বই এগৰাকী সমষ্টিৰ বাহিৰৰ লোকক প্ৰাৰ্থিত্ব দিয়াটো ভুল হৈছে। এগৰাকী স্থানীয় নেতাইহে স্থানীয় সমস্যাবোৰ ভালদৰে বুজি পায় বুলি প্ৰকাশ কৰি তেওঁ কয় যে ‘’আমি বিজয়ৰ ভাল সম্ভাৱনা থকা আমাৰ প্ৰাৰ্থী মাৰাকৰ সমৰ্থনত দলৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছো।‘’

ৰি ভই জিলা কমিটিৰ সভাপতি ৰাজেশ লাপাং আৰু যুৱ কংগ্ৰেছৰ উপ সভাপতি ছানমন ডি মাৰাকৰ লগতে আন একাংশ নেতাই জিৰাং সমষ্টিত ছাংক্লিৰ পৰিৱৰ্তে বেধক নংসেলিয়েহক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে।

আনহাতে, এই পদত্যাগৰ ঘটনাক গুৰুত্বহীন আখ্যা দি ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ভিনচেন্ট পালাই কয় যে ‘’আমি সকলোকে সন্তুষ্ট কৰিব নোৱাৰো। প্ৰতিটো নিৰ্বাচনৰ সময়ত এইটো ঘটে আৰু অসন্তুষ্ট সদস্যই দল ত্যাগ কৰে।‘’

কংগ্ৰেছে ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰথমখন তালিকাত ৫৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd