• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোগ্যতা থকাৰ পিছতো উত্তৰ পূব সীমান্ত ৰে’লৱে’ত স্থানীয় নিবনুৱাই নিযুক্তি নোপোৱাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 10, 2018 4:21 pm
সংবাদমেল

সংবাদমেল

99
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূব সীমান্ত ৰে’লৱে’ত অঞ্চলটোৰ স্থানীয় নিবনুৱাসকলে যোগ্যতা থকাৰ পিছতো নিযুক্তি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আজি গুৱাহাটী প্ৰে’ছ ক্লাবত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে নিখিল ভাৰত অনুসূচিত জাতি/ জনজাতি ৰে’লৱে’ কৰ্মচাৰী সংস্থাৰ উত্তৰ পূবৰ সীমান্ত মণ্ডলৰ সম্পাদক তাৰিনী চৰণ দাসে।

তেওঁ কয়, ‘বৰ্তমান উত্তৰ পূব ৰে’লৱে’ত বহিৰাজ্যৰ যুৱকসকলক বেছিকৈ নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে স্থানীয় যুৱকসকলে যোগ্যতা থকা সত্বেও চাকৰি পোৱাৰ পৰা বঞ্চিত হৈছে।’

উত্তৰ-পূব ৰে’লৱে’ত প্ৰায় ১০,০০০ গৰাকী অৰ্থাৎ ৭০ শতাংশ মান বহিৰাগত কৰ্মচাৰীয়ে চাকৰি কৰি আছে বুলি দাসে সদৰী কৰে।

তেওঁ বহিৰাজ্যৰ চাকৰিয়ালসকলক তেওঁলোকৰ নিজ ৰাজ্যত নিযুক্তি দিবৰ বাবে আহ্বান জনোৱাৰ লগতে এই পদসমূহত থলুৱা লোক সকলক নিযুক্তি দিয়াৰ দাবী জনায়।

তেওঁ অভিযোগ কৰে যে এই সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক ‘স্মাৰক পত্ৰ দিয়াৰ পিছতো বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।’

‘২০০৩ চনলৈকে সঠিকভাৱেই নিয়োগ প্ৰক্ৰিয়া চলি আছিল’ বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে তাৰ পিছৰে পৰা বিভাগটোৰ নিয়োগ প্ৰক্ৰিয়াত খেলি-মেলি হ’বলৈ ধৰিলে।

তেওঁ লগতে অভিযোগ কৰে যে ২০১৩ চনৰ পৰা উত্তৰ পূব ৰে’লৱে’ৰ প্ৰিমিয়াৰ সদস্য পি কে সিঙে তেওঁৰ সময়সীমা উকলি যোৱাৰ পিছতো বিভাগটোত থাকি লবি সৃষ্টি কৰিছে।

বিষয়াগৰাকীৰ ছত্ৰছায়াত ৰে’ল বিভাগত বহু অনিয়ম চলি আছে বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে।

Recent News

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd