• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাকুৱাত সংঘটিত টেংক বিস্ফোৰণৰ ঘটনাত নিহত আৰু আহত শ্ৰমিকৰ ক্ষতিপূৰণৰ দাবী আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 10:28 pm
ASSAU Logo
113
VIEWS
Share on FacebookShare on Twitter

লাকুৱাত আজি যোৱা ২৮ ফেব্ৰুৱাৰিত সংঘটিত হোৱা ৱাচ টেংক বিস্ফোৰণৰ ঘটনাত শোকাৱহভাৱে নিহত হোৱা প্ৰশান্ত মহনক ক্ষতিপূৰণ আৰু আহত দুজন শ্ৰমিক ক্ৰমে প্ৰবীণ চেতিয়া আৰু পৱন মহনৰ উন্নত চিকিৎসাৰ দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ আঞ্চলিক সমিতিয়ে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চৰাইদেউ জিলাৰ লাকুৱাস্থিত তৈলক্ষেত্ৰ নবীকৰণ প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠান মেঘা ইঞ্জিনীয়াৰিং নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্ৰমিকসকলক শোষণ আৰু বঞ্চনাৰে ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ দীৰ্ঘদিন ধৰি বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে অব্যাহত ৰখা এই লুণ্ঠনৰাজৰ সম্পৰ্কত অ’ এন জি চিৰ উৰ্ধতন কৰ্তৃপক্ষ আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অতি মইমতালিৰে প্ৰতিষ্ঠানটোৱে কাৰ্য সম্পাদন কৰাৰ বাবেই যোৱা ২৮ ফেব্ৰুৱাৰিত সংঘটিত হোৱা ৱাচ টেংক বিস্ফোৰণৰ ঘটনাত শোকাৱহভাবে প্ৰশান্ত মহন নামৰ শ্ৰমিকজন থিতাতে নিহত হোৱাৰ লগতে আন দুজন শ্ৰমিক ক্ৰমে প্ৰবীণ চেতিয়া আৰু পৱন মহন গুৰুতৰ ভাবে আহত হ’ব লগা হয়৷

ফলত এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ আঞ্চলিক সমিতিয়ে চৰাইদেউ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

চৰাইদেউ আঞ্চলিক সমিতিখনৰ সভাপতি দিগন্ত সন্দিকৈ আৰু সম্পাদক বিশ্বজিৎ গগৈৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ মইমতালি আৰু অদূৰদৰ্শিতাৰ বাবেই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ বাবে প্ৰশাসনক দাবী জনায়৷ তদুপৰি নিহত শ্ৰমিকজনৰ পৰিয়ালক উপযুক্ত আৰ্থিক সাহায্য প্ৰদানৰ লগতে স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰা আৰু আহত শ্ৰমিকদ্বয়ৰ উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে স্মাৰক পত্ৰখনৰ জৰিয়তে ঠিকাদাৰী প্ৰতিষ্ঠানটোক দাবী জনায়৷

ইফালে সংগঠনটোৱে এই সন্দৰ্ভত কাইলৈৰ পৰা মেঘা প্ৰতিষ্ঠানৰ সমগ্ৰ কাম কাজ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে৷ সংগঠনটোৰ চৰাইদেউ আঞ্চলিকৰ শীৰ্ষ নেতাদ্বয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰা পৰ্যন্ত কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনটোৱে মেঘাৰ কাম কাজ বন্ধ ৰাখিব বুলি জানিব গৈছে অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি প্ৰতিষ্ঠানটোক সকীয়াই দিছে৷

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd