• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষক সন্মিলনীয়ে তলাবন্ধ কাৰ্যসূচীৰে মোক ভীতি প্ৰদৰ্শন কৰি লাভ নাই : শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2018 7:08 pm
Siddhartha Bhattacharya
131
VIEWS
Share on FacebookShare on Twitter

“প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তলাবন্ধ কাৰ্যসূচীৰে মোক ভীতি প্ৰদৰ্শন কৰি লাভ নাই।” এই মন্তব্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ। আজি ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে লোৱা তলাবন্ধ কাৰ্য্যসূচীক লৈ খৰ্গহস্ত হৈয়ে এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰীজনে। মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত পৰীক্ষাৰ দিনটোতে শিক্ষকসকলৰ এই তলাবন্ধ কাৰ্য্যসূচীক কঠোৰ সমালোচনা কৰিছে।

“ছাত্ৰ–ছাত্ৰীক পণবন্দী কৰি প্ৰতিবাদ কৰা কাৰ্য অনৈতিক–অসাংবিধানিক আৰু অবৈধ। চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী কামত সহযোগিতা আগ বঢ়াবই লাগিব।” এইদৰে কয় মন্ত্ৰীজনে।

উল্লেখযোগ্য যে আজিৰ পৰা প্ৰাথমিক বিদ্যালয়বোৰৰ ছমহীয়া পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে এই তলাবন্ধ কাৰ্য্যসূচীৰ কথা ভালদৰে নিশ্চিত নোহোৱা বাবে পৰীক্ষা দিবলৈ বুলি বিদ্যালয়লৈ বুলি আহিছিল যদিও ঘূৰি যায়। কাৰণ শনিবাৰে ঈদৰ বাবে বিদ্যায়ল বন্ধ আছিল। আনহাতে তাৰ আগদিনালৈকে শিক্ষকসকলৰ এই তলাবন্ধ কাৰ্য্যসূচী সম্পৰ্কত থিৰ সিদ্ধান্ত হোৱা নাছিল বাবে ছাত্ৰ-ছাত্ৰীসকলক জনাব পৰা নাছিল শিক্ষকসকলে।

ইফালে শিক্ষামন্ত্ৰীজনে শিক্ষকসকলৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি এনেকুৱা দায়িত্বহীনতাক তেওঁ কেতিয়াও সহজভাৱে নলয় বুলি জানিবলৈ দিয়ে। “যদি তেওঁলোকে দায়িত্ব পালন নকৰে, তেন্তে অন্য শিক্ষকে দায়িত্ব গ্ৰহণ কৰিব।” বুলি মন্ত্ৰীজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য দিয়ে। তেওঁ কয় যে দৰমহা আসোঁৱাহ নিৰাময় কমিটীয়ে তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত সঠিক পৰামৰ্শই দিছে।

অৱশ্যে মানি লোৱা-নোলোৱাটো তেওঁলোকৰ নিজা বিষয় বুলি কৈ মন্ত্ৰীজনে কাইলৈ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে আলোচনাত বহিব বুলি জানিবলৈ দিয়ে।

Recent News

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd