• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষকক ৰাজহুৱা গালিৰ নতুন ব্যাখ্যা হিমন্ত বিশ্বৰ; এইবাৰ স্বাস্থ্য বিভাগত গুণোৎসৱ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2018 11:30 pm
himanta-biswa-sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেট্ৰিকত বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক মাতি আনি ৰাজহুৱাভাৱে পৰা গালি-গালাজৰ বাবেই এইবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালে। গুৱাহাটীত স্বাস্থ্য বিভাগৰ ৭৫ খন নতুন মৃত্যুঞ্জয় এম্বুলেন্সৰ উদ্বোধনী অনুষ্ঠানত আজি ৭ জুনত এই দাবী কৰে অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘গোটেই সংবাদ মাধ্যমে মোক সমালোচনা কৰিলে। কিন্তু দিঠকত এইবাৰ বহুসংখ্যক বিদ্যালয়ত সকলো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ গ’ল। কিছুমান বিদ্যালয়ত ৮০ শতাংশ ল’ৰা-ছোৱালীয়ে ৰিজাল্ট ভাল কৰিছে,‘ দাবী হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে স্বাস্থ্য বিভাগত ভাল প্ৰদৰ্শন কৰিব নোৱৰা চিকিৎসক, বিষয়াকো শীঘ্ৰেই ‘মৰমৰ মাত দিব’ বুলি আজি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘বেয়া খিনিকহে প্ৰশ্ন কৰিম, তেতিয়া দুই এষাৰ মৰমৰ মাত আপোনালোকক দিব লাগিব। কাৰণ এইটো মোৰ দায়িত্ব। মই দায়িত্ব পালন নকৰিলে ওপৰৱালাই নম্বৰ নিদিব, মই দৰমহা নাপাম, মোক ৰাইজে ভোট নিদিব।‘

স্বাস্থ্য বিভাগত ঠিকমতে সেৱা আগ নবঢ়োৱাসকলক উদ্দেশ্যি মন্ত্ৰীজনে কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰা কোনেও দৰমহা পোৱা নাই। তেওঁলোকে দৰমহা পাইছে জনসাধাৰণৰ পৰা লোৱা কৰৰ পৰা। স্বাস্থ্য বিভাগৰ ৫৪ গৰাকী চিকিৎসকৰ কৰ্মদক্ষতা একেবাৰে বেয়া। আপোনালোকৰ হাতত ৩-৪ মাহ সময় আছে, এই সময়খিনিৰ ভিতৰত আপোনালোকৰ কাম কৰা পদ্ধতি উন্নতি কৰক।‘

৩-৪ মাহৰ ভিতৰত ভাল প্ৰদৰ্শন কৰাসকলক ‘সভা’লৈ মতা নহয় বুলি উল্লেখ কৰি তেওঁ কয় ‘ৰোগীবিলাক ভাল হ’লেই হ’ল। তাত কোনোবাই মোক ভাল পায়, বেয়া পায়, সেয়া মোৰ প্ৰয়োজন নাই।‘

‘মোৰ ৰাজনীতিটো তেনেকৈ সজাইছো,‘ বুলি দাবী কৰি মন্ত্ৰী শৰ্মাই কয় ‘মই সংবাদ মাধ্যমৰ লগত ভাল হ’বলৈও চেষ্টা নকৰো। বেয়া হ’বলৈও চেষ্টা নকৰো। মই মোৰ কেৰিয়াৰৰ কথা চিন্তা কৰি নিজৰ পথত আগুৱাই যাম।‘

চিকিৎসকসকল সমস্যাৰ সন্মুখীন হ’লে ততালিকে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক অৱগত কৰিবৰ বাবে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই কয় ‘আমাৰ মাজত যিবিলাকে এই সেৱাটোক বদনাম কৰি আছো, তেওঁলোক এতিয়া যুদ্ধক্ষেত্ৰৰ বাবে সাজু হ’বৰ হ’ল।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd