• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াবহ বানত প্লাৱিত শিৱসাগৰ : দিখৌ নদীৰ পানীয়ে বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 1, 2018 8:52 am
IMG-20180731-WA0037

শিৱসাগৰত এইদৰে পানীৰ তলত বাসগৃহ ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰ নগৰৰ লগতে নৈ কাষৰীয়া বহু কেইখন গাঁও বৰ্তমান পানীৰ তলত। বিভিন্ন স্থানত মথাউৰি আৰু পথৰ ওপৰেদি বৈ আছে পানী। আৰু এইদৰে প্ৰৱাহিত হৈ প্লাবিত কৰিছে ন ন অঞ্চল।

বানপানীয়ে ইমানেই ভয়ানক ৰূপ ধাৰ কৰিছে যে জিলাখনৰ অতি গুৰুত্বপূৰ্ণ পথ শিৱসাগৰ-নাজিৰা পথটো মঙলবাৰে জিলা প্ৰশাসনে সন্ধিয়া ৬ বজাৰ পৰা যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে।

উল্লেখ্য যে উক্ত পথটোৰ বিভিন্ন অঞ্চল চেৰেকাপাৰ, সিংঘদুৱাৰ, কুঁজিবালি, চূনপুৰা হাবি গাঁও আৰু চূনপুৰা গৌশালাত দিখৌ নদীৰ পানী পথৰ ওপৰেদি বাগৰাৰ বাবে এই সিদ্ধান্ত লয় জিলা প্ৰশাসনে।

ইফালে শিৱসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৪ খন গাঁও ক্ৰমে শ্ৰী পুৰীয়া, বলিয়াঘাট, বোকাবিল, ভাতিবন গাওঁ , কাড়িগাওঁ, কমাৰফদিয়া,  মঠাদাং , অৰ্জুনগুৰি আদিৰ লগতে শিৱসাগৰ চহৰৰ মেটেকা, ফুকননগৰ, কালিবাৰী, চলেগাওঁ , আমগুৰি, হাতিখোঁক, পকাঘাট, দৰবাৰ তিনিআলি আদি অঞ্চল বানত বুৰ যোৱাত বানাক্ৰান্ত লোকসকল নিজ নিজ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় ল’ব লগা হৈছে।

FB_IMG_1533070242223

উল্লেখ্য যে শিৱসাগৰ জিলাত সৃষ্টি হোৱা অভাৱনীয় বান পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ চৰকাৰী বিভাগ সমুহক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্তই। শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই নিজে বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত লোকৰ লগত মত বিনিময় কৰি প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে ।

প্ৰশাসনে এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীৰ জৰিয়তে বিভিন্ন স্থানৰ বানাক্ৰান্ত ৰাইজক উদ্ধাৰ অভিযানত নিয়োগ কৰিছে।

আনহাতে শিৱসাগৰ জিলা প্ৰশাসনে মঙলবাৰে বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ বাবে ১০৭৭ আৰু ০৩৭৭২- ২২৩৩৯৭ দুটা হেল্প নম্বৰ মুকলি কৰিছে ।

এক সুত্ৰৰ পৰা জানিব পৰা মতে নাগালেণ্ডত থকা নিপকুৰ জলবিদ্যুত প্ৰকল্পই পুনৰ পানী এৰি দিছে। যাৰ ফলত আগন্তুক চৌবিশ ঘন্টাত দিখৌ নদীৰ পানী বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd