• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত আটক এজন এন এচ চি এন(কে) সদস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 10:28 am
আটকাধীন সদস্য
303
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ যুটীয়া অভিযানত এনএচ চিএনৰ অস্থায়ী শিবিৰ উৎখাত কৰাৰ লগতে ৫ খন মটৰচাইকেল আৰু এখন বলেৰ’ পিক আপ ভান জব্দ কৰিবলৈ সক্ষম হৈছে।

খবৰ পোৱা অনুসৰি বুধবাৰে ভাৰতীয় সেনাবাহিনী আৰু অসম আৰক্ষীৰ এটা দলে নাজিৰা মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত অভিযান চলোৱাত এজন এন এচ চি এন কেদাৰ আটক কৰাৰ লগতে এটা শিবিৰ উৎখাত কৰিবলৈ সক্ষম হয়।

যৌথ অভিযানৰ সময়ত গেলেকী সীমান্তবৰ্তী স্মিথপুলৰ পৰা তুইচাই লিম্বা ওৰফে দামচিন লিম্বা নামৰ এজন এন এচ চি এন(কে) কেডাৰ আটক হয়। আটকাধীন উগ্ৰপন্থীজনৰ পৰা ভাৰতত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, ২ জাই সজীৱ গুলী, ৫ খন মটৰচাইকেল, এখন বলেৰ’ পিক আপ ভান আৰু বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰে।

স্মৰ্তব্য যে আগন্তুক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমুহত উগ্ৰপন্থী সংগঠন সমুহৰ তৎপৰতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। বিদ্ৰোহীৰ কূটাঘাতৰ আশংকা দেখিয়েই ৰাজ্য চৰকাৰে হাই এলাৰ্ট জাৰি কৰা বুলি জনায়। গণৰাজ্য দিৱসত আলফা(স্বা) আৰু এন এচ চি এন(কে) গোটে ৰাজ্যত যুটীয়াভাবে সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বুলি এক শুত্ৰৰ পৰা তথ্য পোৱাৰ পিছতে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।

Recent News

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd