• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰুসজাইত ২৬ জুনৰ পৰা আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 5:36 pm
112
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ৫৮ সংখ্যক আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপৰ বাবে সজাই তোলা হৈছে সৰুসজাই ষ্টেডিয়াম।

উল্লেখযোগ্য যে  ২৬ জুনৰ পৰা ২৯ জুনলৈ সৰুসজাই ষ্টেডিয়ামত এই ৫৮ সংখ্যক আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক চেম্পিয়নিশ্বপ  অনুষ্ঠিত হ’ব। আৰু এই প্ৰতিযোগিতাৰ পৰাই জাকাৰ্টা এছিয়ান গেমছলৈ ভাৰতীয় দন নিৰ্বাচিত কৰা হ’ব।

আনহাতে ভাৰতৰ ৬০০ এথলীটে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰে ভিতৰত থাকিব ১৪০ গৰাকী তাৰকা এথলীট।

প্ৰাপ্ত তথ্য মতে প্ৰতিযোগিতাখনৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব। লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে থাকিব হিমা দাস।

ইতিমধ্যে ফিনলেণ্ড আৰু পোলেণ্ডত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এথলীটসকলে ২১ জুনত গুৱাহাটীত উপস্থিত হ’বহি।

ইফালে অসমত প্ৰথমবাৰৰ বাবে হ’বলগীয়া ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপত ২২ টা ইভেণ্ট থাকিব বুলি আজি এক সংবাদমেলৰ জৰিয়তে আয়োজক কমিটীৰ সভাপতি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে।

Recent News

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd