• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

১০ৰ পৰা ১৩ মে’লৈ অৰুণাচলত ভৰতীয় সেনাৰ নিয়োগ ৰেলী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 11:57 am
army
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ নিৱনুৱা সকলৰ বাবে এক সুখবৰ। অহা ১০ৰ পৰা ১৩ মে’লৈ ৰাজ্যখনৰ চাংলাং জিলাৰ জয়ৰামপুৰত ভাৰতীয় সেনাই এক নিয়োগ ৰেলী অনুষ্ঠিত কৰিব। উক্ত ৰেলীত আগ্ৰহী অবিবাহিত ভাৰতীয় যুৱকসকলে অৱতীৰ্ণ হ’ব পাৰিব।

ক’হিমাস্থিত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ পিআৰঅ’ কৰ্নেল চি কোঁৱৰে প্ৰকাশ কৰা মতে আগ্ৰহী যুৱকসকলে ইণ্টাৰনেটৰ পৰা www.joinindianarmy.nic.in ৱেৱছাইটো ডাউনলোড কৰি ২৪ এপ্ৰিলৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব।

আনহাতে প্ৰাৰ্থীসকলে ৰেলীত ভাগ লোৱাৰ দিনা অনলাইন এডমিট কাৰ্ড আৰু দুকপি ৰঙীন পাছপৰ্ট আকাৰৰ ফটো লৈ আহিব লাগিব বুলি প্ৰকাশ কৰে কৰ্নেল কোঁৱৰে।

তদুপৰি অষ্টম শ্ৰেনী উত্তীৰ্ণ মাৰ্কশ্বীটৰ দুকপি প্ৰতিলিপি, দশম শ্ৰেনীৰ পৰীক্ষাৰ এডমিট কাৰ্ড, দ্বাদশ শ্ৰেনীৰ মাৰ্কশ্বীট, পিআৰচি, উপায়ুক্ত/অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ে জাৰি কৰা জাতি- জনজাতিৰ প্ৰমাণপত্ৰ, অবিবাহিতৰ প্ৰমাণপত্ৰ আদি লগত লৈ আহিব লাগিব বুলি সদৰী কৰে কোঁৱৰে।

ইয়াৰ জৰিয়তে ৰাজ্যখনৰ নিৱনুৱা যুৱকসকলে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা বুধবাৰে এক চৰকাৰী ভ্ৰমণসূচীত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত)বি ডি মিশ্ৰাই ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটক নতুন দিল্লীত সাক্ষাৎ কৰিছিল।

 

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

September 1, 2025 12:53 pm
দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

September 1, 2025 11:41 am
আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

September 1, 2025 9:36 am
জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

September 1, 2025 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

September 1, 2025 12:53 pm
দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

September 1, 2025 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd