• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২১ জানুৱাৰিত ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী সভাঃ থাকিব অজিত ভূঞা, নগেন শইকীয়া

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 19, 2018 8:07 pm
ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ সংবাদমেল

ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ সংবাদমেল

111
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে বিজেপিক আজি তীব্ৰভাৱে সমালোচনা কৰে।

আজি ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে মঞ্চটোৱে ঘোষণা কৰে যে হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিব খোজা নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তেওঁলোকে অহা ২১ জানুৱাৰিত ডিব্ৰুগড়ত এখন ৰাজহুৱা সভা আয়োজন কৰিছে।

মঞ্চটোৰ মুখ্য আহ্বায়ক শৰৎ চন্দ্ৰ নেওগে কয় যে, ‘আমি চৰকাৰক এই সিদ্ধান্তৰ বিৰোধিতা কৰিছো কাৰণ ইয়াৰ ফলত অসমৰ খিলঞ্জীয়া লোকসকল নিজৰ ভূমিতে সংখ্যালঘুত পৰিণত হ’ব। আমি সকলো সংগঠনকে আমাৰ সৈতে জড়িত হ’বৰ বাবে আৰু এনে এখন বিধেয়কৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আহ্বান জনাইছো।’

তেওঁ লগতে কয় যে, ‘বিজেপিয়ে সংসদত এই বিধেয়কখন গৃ্হীত কৰিব খুজিছে। এইটো অসমবাসীৰ মতামত নোলোৱাকৈ লোৱা এটা অসমবিৰোধী পদক্ষেপ। আমি অসমৰ খিলঞ্জীয়া ৰাইজক আৰু অসমত বাস কৰা সকলো লোককে এই বিধেয়কখনৰ অশুভ পৰিণাম সম্পৰ্কে সজাগ হ’বৰ বাবে আৰু ইয়াৰ প্ৰতিবাদত ওলাই আহিবৰ বাবে আহ্বান জনাইছো।’

মঞ্চৰ অন্য এজন সদস্য ৰাতুল গগৈয়ে কয়, ‘নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে কৈছিল যে শাসনলৈ আহিলে তেওঁলোকে ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক খেদিব। কিন্তু চৰকাৰ গঠন কৰি তেতিয়া তেওঁলোকে ওলোটা খৰ মাৰিছে। বিজেপিয়ে অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰিছে। সেয়ে আমি সকলো ব্যক্তি আৰু সংগঠনক এই বিধেয়কখনৰ বিৰুদ্ধে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।’

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই সভাখনত অংশগ্ৰহণ কৰিব।

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd