• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩১ জানুৱাৰিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ লগতে ৰঙা আৰু নীলা জোন : ডেৰশ বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 3:44 pm
Lunar_Eclipse

চন্দ্ৰগ্ৰহণ সূচী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৩১ জানুৱাৰিত অসমকে ধৰি গোটেই ভাৰততে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।

আজি একেদিনাই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ লগতে আকাশত ৰঙা চন্দ্ৰ (Blood Moon) আৰু নীলা চন্দ্ৰ (Blue Moon)য়ো দেখা দিব। ডেৰশ বছৰৰ মূৰত আজি এই বিৰল মহাজাগতিক পৰিঘটনা পৰিলক্ষিত হ’ব।

আজি সন্ধিয়া ৫.৩০ বজাত আৰম্ভ হ’ব লগা গ্ৰহণটোৰ সন্ধিয়া ৮.৪৩ বজাত অন্ত পৰিব।

পূৰ্ণগ্ৰাস আৰম্ভ হ’ব সন্ধিয়া ৬-২১-৪৭ বজাত আৰু শেষ হ’ব ৮-৩৭-৫১ বজাত।

একেমাহতে দুটা পূৰ্ণিমা হ’লে তাক নীলা চন্দ্ৰ বুলি কোৱা হয়। আনহাতে আজি  পূৰ্ণগ্ৰাসৰ সময়ত জোনটো ৰঙচুৱা দেখা যাব।

এই বছৰত আৰু দুটা চন্দ্ৰগ্ৰহণ আৰু তিনিটা সূৰ্য্যগ্ৰহণ হ’ব। অৱশ্যে বাকী দুটা চন্দ্ৰগ্ৰহণ ভাৰতত দেখা পোৱা নাযাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

September 9, 2025 7:30 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

September 9, 2025 7:02 pm
এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

September 9, 2025 6:30 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

September 9, 2025 7:30 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

September 9, 2025 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd