• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ ঘনিষ্ঠ ব্যৱসায়ী চৈয়দ আহমেদক ভিজিলেন্সৰ জেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2018 8:48 am
Rocky-6

নগাঁৱত কিছুদিন পূৰ্বে ৰকিবুল হুছেইনৰ বেনামী সম্পত্তিৰ সন্ধানত ভিজিলেন্সৰ দলৰ অভিযান : ফাইল ফটো

197
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই বুধবাৰে হুছেইনৰ ঘনিষ্ঠ ব্যৱসায়ী ছৈয়দ আহমেদক জেৰা কৰে।

নগাঁৱৰ ব্যৱসায়ীজনক গুৱাহাটীলৈ চমন দি মতাই আনি তদন্তকাৰী বিষয়াই বুধবাৰে প্ৰায় ছয় ঘণ্টা সময় জেৰা কৰে। জানিব পৰা মতে তেওঁক ২৬ এপ্ৰিলতে আহিবলৈ কোৱা হৈছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে তেওঁ হাজিৰ হোৱা নাছিল।

দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে নিয়মীয়া অনুসন্ধানৰ অংশ হিচাপে হুছেইনৰ আৰু ছয় জন ঘনিষ্ঠ আৰু পৰিচিত ব্যৱসায়ীকো জেৰাৰ বাবে চমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখোগ্য যে প্ৰদেশ কংগ্ৰেছৰ নিলম্বিত নেতা অনিল ৰাজাই ৰাজহুৱা পত্ৰযোগে উত্থাপন কৰা হুছেইনৰ বেনামী সম্পত্তিৰ অভিযোগৰ পিছত দুৰ্নীতি নিবাৰক শাখাই বিষয়টো অনুসন্ধানৰ বাবে যোৱা ১৭ মাৰ্চত গৃহ বিভাগৰপৰা অনুমতি লাভ কৰিছিল।

দুৰ্নীতি নিবাৰক শাখাই ৫(৩)১৮ নম্বৰত এটা অভিযোগ পঞ্জীয়ন কৰি হুছেইনৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰে। যোৱা ১৯ এপ্ৰিলত নগাঁৱত প্ৰাক্তন মন্ত্ৰীজনৰ বেনামী সম্পত্তি বুলি সন্দেহ কৰা একাধিক স্থানত আৰু হুছেইনৰ কেইবাজনো ঘনিষ্ঠৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তদন্তকাৰী সংস্থাৰ এটা দলে অভিযান চলাইছিল।

Recent News

পাৰ চৰাইৰ ভৰিত লাইট বান্ধি ‘ড্ৰোনৰ আতংক’ গাঁওবাসীৰ মাজত বিয়পালে দুই যুৱকে!

পাৰ চৰাইৰ ভৰিত লাইট বান্ধি ‘ড্ৰোনৰ আতংক’ গাঁওবাসীৰ মাজত বিয়পালে দুই যুৱকে!

ইৰাণৰ পৰা তেল ক্ৰয় কৰি বিপদত ভাৰতীয় কোম্পানী, ৬টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আমেৰিকাৰ

ইৰাণৰ পৰা তেল ক্ৰয় কৰি বিপদত ভাৰতীয় কোম্পানী, ৬টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আমেৰিকাৰ

নিৰাপত্তাৰক্ষীৰ সৈতে যুঁজত মাওবাদী নেতা নিহত, আহত ৩ জন জোৱান

নিৰাপত্তাৰক্ষীৰ সৈতে যুঁজত মাওবাদী নেতা নিহত, আহত ৩ জন জোৱান

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd