• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজহুৱা বিতৰণ ব্যৱস্থা ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 3:26 pm
expedite digitalization
161
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ  ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়ম ধৰা পেলাবৰ বাবে ডিজিটলাইজেশ্যন ব্যৱস্থা খৰটকীয়া কৰাৰ বাবে কেন্দ্ৰই ত্ৰিপুৰা চৰকাৰক নিৰ্দেশ দিছে। কেন্দ্ৰ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সঞ্চালক ডি কে গুপ্তাই কৈছে যে ৰেচন কাৰ্ডসমূহ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি ডি এছ) ডিজিটেলাইজেশ্যন  হোৱাৰ পাছত চৰকাৰৰ পৃষ্ঠপোষকতাৰ খাদ্য যোগান ব্যৱস্থা উন্নত হোৱাৰ লগতে বিভিন্ন অনিয়ম আৰু মিথ্যাচাৰ ধৰা পেলাব পৰা যাব।

ৰাজহুৱা বিতৰণ ব্যৱস্থা কম্পিউটাৰাইজ্‌ড কৰিলে ব্যৱস্থাটোৰ কাৰ্যকাৰিতা বৃদ্ধি হোৱাৰ লগতে বিপুল মাত্ৰাৰ কেলেংকাৰি ধৰা পেলাব পৰা যাব।

কম্পিউটাৰাইজ্‌ড ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পূৰ্ণ কাৰ্যকৰী হৈ উঠাৰ আৰু ৰেচন কাৰ্ডসমূহ ডিজিটেলাইজ্‌ড হৈ উঠাৰ পাছত বহিৰাগত আৰু ভুৱা হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা লোৱাৰ মুদা মৰিব বুলি তেওঁ প্ৰকাশ কৰিছে।তেওঁ আৰু কয় যে সীমাৰ সিপাৰৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ অনুপ্ৰৱেশ কৰাটো এটা গুৰুত্বপূৰ্ণ সমস্যা।

বিষয়াগৰাকীয়ে আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি বেছিভাগ ৰাজ্যতে ৰেচন কাৰ্ড ডিজিটেলাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে যদিও ৰেচন কাৰ্ডত আধাৰ নম্বৰ প্ৰদান কৰাটো একমাত্ৰ ছিকিম আৰু ত্ৰিপুৰাত বাদে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত অতি কম।

তেওঁ কৈছে যে ত্ৰিপুৰা আৰু ছিকিমত ৰেচন কাৰ্ডক আধাৰ নম্বৰেৰে সংযোগ কৰাতো ৯০শতাংশৰো অধিক যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত এই হাৰ মাত্ৰ ৩০ শতাংশ।

মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ অৱস্থা অতি শোচনীয় বুলি তেওঁ কয়।

আগৰতলাত ‘ডিজিটেল ৰূপান্তৰণ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাসমূহৰ স্বয়ংক্ৰিয়কৰণ’ৰ ওপৰত হোৱা এখন দুদিনীয়া কৰ্মশালাত ভাষণ দি গুপ্তাই কৈছে যে এই বছৰৰ জুন মাহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ৰেচন কাৰ্ডৰ ডিজিটেলাইজেশ্যন কৰা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা কম্পিউটাৰাইজ্‌ড কৰাৰ বাবে নিৰ্দেশ দিছে।

তেওঁ আৰু কৈছে যে কেন্দ্ৰই ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অন্তৰ্ভুক্তকৃত ব্যৱস্থাপনাৰ (Integrated Management of Public Distribution System)সূচনা কৰিছে। ইয়াৰ দ্বাৰা ‘ৰাজহুৱা বিতৰণ ব্যৱস্থা, ৰাজ্য আৰু কেন্দ্ৰ-শাসিত অঞ্চলসমূহৰ পৰ্টেলসমূহৰ সৈতে কেন্দ্ৰীয় ব্যৱস্থা আৰু পৰ্টেলসমূহৰ সৈতে যুক্ত কৰা, ৰেচন কাৰ্ড আৰু হিতাধিকাৰীসকলৰ ৰাষ্ট্ৰীয় বহনযোগ্যতা আৰু প্ৰতিলিপিকৰণ ৰোধৰ সূচনা কৰা।

নতুন আঁচনিখনে খাদ্যশস্য বিতৰণৰ দক্ষতা বৃদ্ধি কৰিব আৰু ভুৱা আৰু নকল ৰেচন কাৰ্ড চিনাক্ত কৰাৰ ব্যৱস্থাটো খৰতকীয়া কৰি তুলিব আৰু ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰীসকলক তেওঁলোকৰ পচন্দৰ উচিত মূল্যৰ দোকানৰ পৰা তেওঁলোকৰ বাবে নিৰ্ধাৰিত খাদ্যশস্য ক্ৰয় সুবিধা লাভ কৰিব।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd