• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ৰাজহুৱা বিতৰণ ব্যৱস্থা ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 3:26 pm
expedite digitalization
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ  ৰাজহুৱা বিতৰণ ব্যৱস্থাত অনিয়ম ধৰা পেলাবৰ বাবে ডিজিটলাইজেশ্যন ব্যৱস্থা খৰটকীয়া কৰাৰ বাবে কেন্দ্ৰই ত্ৰিপুৰা চৰকাৰক নিৰ্দেশ দিছে। কেন্দ্ৰ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সঞ্চালক ডি কে গুপ্তাই কৈছে যে ৰেচন কাৰ্ডসমূহ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি ডি এছ) ডিজিটেলাইজেশ্যন  হোৱাৰ পাছত চৰকাৰৰ পৃষ্ঠপোষকতাৰ খাদ্য যোগান ব্যৱস্থা উন্নত হোৱাৰ লগতে বিভিন্ন অনিয়ম আৰু মিথ্যাচাৰ ধৰা পেলাব পৰা যাব।

ৰাজহুৱা বিতৰণ ব্যৱস্থা কম্পিউটাৰাইজ্‌ড কৰিলে ব্যৱস্থাটোৰ কাৰ্যকাৰিতা বৃদ্ধি হোৱাৰ লগতে বিপুল মাত্ৰাৰ কেলেংকাৰি ধৰা পেলাব পৰা যাব।

Apply Now

কম্পিউটাৰাইজ্‌ড ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পূৰ্ণ কাৰ্যকৰী হৈ উঠাৰ আৰু ৰেচন কাৰ্ডসমূহ ডিজিটেলাইজ্‌ড হৈ উঠাৰ পাছত বহিৰাগত আৰু ভুৱা হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা লোৱাৰ মুদা মৰিব বুলি তেওঁ প্ৰকাশ কৰিছে।তেওঁ আৰু কয় যে সীমাৰ সিপাৰৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ অনুপ্ৰৱেশ কৰাটো এটা গুৰুত্বপূৰ্ণ সমস্যা।

বিষয়াগৰাকীয়ে আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি বেছিভাগ ৰাজ্যতে ৰেচন কাৰ্ড ডিজিটেলাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে যদিও ৰেচন কাৰ্ডত আধাৰ নম্বৰ প্ৰদান কৰাটো একমাত্ৰ ছিকিম আৰু ত্ৰিপুৰাত বাদে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত অতি কম।

তেওঁ কৈছে যে ত্ৰিপুৰা আৰু ছিকিমত ৰেচন কাৰ্ডক আধাৰ নম্বৰেৰে সংযোগ কৰাতো ৯০শতাংশৰো অধিক যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত এই হাৰ মাত্ৰ ৩০ শতাংশ।

মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ অৱস্থা অতি শোচনীয় বুলি তেওঁ কয়।

আগৰতলাত ‘ডিজিটেল ৰূপান্তৰণ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাসমূহৰ স্বয়ংক্ৰিয়কৰণ’ৰ ওপৰত হোৱা এখন দুদিনীয়া কৰ্মশালাত ভাষণ দি গুপ্তাই কৈছে যে এই বছৰৰ জুন মাহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ৰেচন কাৰ্ডৰ ডিজিটেলাইজেশ্যন কৰা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা কম্পিউটাৰাইজ্‌ড কৰাৰ বাবে নিৰ্দেশ দিছে।

তেওঁ আৰু কৈছে যে কেন্দ্ৰই ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অন্তৰ্ভুক্তকৃত ব্যৱস্থাপনাৰ (Integrated Management of Public Distribution System)সূচনা কৰিছে। ইয়াৰ দ্বাৰা ‘ৰাজহুৱা বিতৰণ ব্যৱস্থা, ৰাজ্য আৰু কেন্দ্ৰ-শাসিত অঞ্চলসমূহৰ পৰ্টেলসমূহৰ সৈতে কেন্দ্ৰীয় ব্যৱস্থা আৰু পৰ্টেলসমূহৰ সৈতে যুক্ত কৰা, ৰেচন কাৰ্ড আৰু হিতাধিকাৰীসকলৰ ৰাষ্ট্ৰীয় বহনযোগ্যতা আৰু প্ৰতিলিপিকৰণ ৰোধৰ সূচনা কৰা।

নতুন আঁচনিখনে খাদ্যশস্য বিতৰণৰ দক্ষতা বৃদ্ধি কৰিব আৰু ভুৱা আৰু নকল ৰেচন কাৰ্ড চিনাক্ত কৰাৰ ব্যৱস্থাটো খৰতকীয়া কৰি তুলিব আৰু ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰীসকলক তেওঁলোকৰ পচন্দৰ উচিত মূল্যৰ দোকানৰ পৰা তেওঁলোকৰ বাবে নিৰ্ধাৰিত খাদ্যশস্য ক্ৰয় সুবিধা লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd