• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত নৈমিত্তিক পথ দুৰ্ঘটনা : গোসাইগাঁৱত ৰাষ্ট্ৰীয় পথত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 11:06 pm
112
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত নৈমিত্তিক ঘটনাত পৰিণত হোৱা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা ৰক্ষা কৰি কোকৰাঝাৰৰ গোসাইগাওঁ চহৰৰ ওচৰৰ পদ্মবিলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙ্গলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷

দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটোত গাড়ী দুখন ভাগি চূচুৰ্মৈ হৈ পৰে যদিও দৈৱক্ৰমে ৰক্ষা পৰে ট্ৰাক দুখনৰ চালক দুজন৷

মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰাকতে চেপা খাই আবদ্ধ হৈ মৰণকাতৰ আৰ্তনাদ কৰা ৰাজেশ কুমাৰ যাদৱ নামৰ চালকজনক ঘটনাথলীত উপস্থিত আৰক্ষী আৰু ৰাইজে প্ৰায় দুঘণ্টাজোৰা চেষ্টাৰ অন্তত উলিয়াই গোসাইগাঁৱৰ হাব্ৰুবিলস্থিত আৰ এন বি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আহত চালকজনক কোকৰাঝাৰলৈ প্ৰেৰণ কৰে৷

সম্প্ৰতি চালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাগ্ৰস্ত আনখন ট্ৰাকৰ চালকজনে পলায়ন কৰিছে।

নিশা প্ৰায় ১১ বজাত পদ্মবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত এন এল-০২কে/৭৮৪২ আৰু ডব্লিউ বি-১৫/এ ২৬০৯ নম্বৰৰ ট্ৰাক দুখনৰ মুখামুখিকৈ হোৱা সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে ঘটনাটোত ট্ৰাক দুখনৰ যন্ত্ৰাংশ ভাঙি-ছিঙি পথতে সিঁচৰিত হৈ পৰে।

মাজনিশাৰ আন্ধাৰত সংঘটিত দুৰ্ঘটনাটোৰ প্ৰচণ্ড শব্দ শুনি ওচৰৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈছিল।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd