• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেৱতী ফুকনক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই অপহৰণ কৰা নাই : অৰবিন্দ ৰাজখোৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 6:50 am
Reboti Phukan

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন ফাইল ফটো

99
VIEWS
Share on FacebookShare on Twitter

আলফাৰ সৈতে চৰকাৰৰ শান্তি আলোচনাৰ প্ৰথমটো প্ৰয়াসৰ সময়ত গঠিত পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে যদিও আজি পৰ্য্যন্ত বিশিষ্ট নাগৰিকজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই চৰকাৰ তথা আৰক্ষীয়ে। বহুতে ফুকনক ৰাজনৈতিক কাৰণত অপহৰণ কৰা হৈছে বুলি সন্দেহ ব্যক্ত কৰি আহিছে। আনকি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ৰেৱতী ফুকন সন্দৰ্ভত এনে সন্দেহ ৰাজহুৱাকৈ ব্যক্ত কৰিছিল। সন্দেহৰ আঙুলি উঠিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাবোৰৰ প্ৰতিও।

কিন্তু যোৱা সোমবাৰে আলোচনাপন্থী আলফাৰ এটা প্ৰতিনিধি দল আলফা-কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ অংশ স্বৰূপে হোৱা বৈঠকত বহিছিল, য’ত শান্তি আলোচনাটোৰ মধ্যস্থতাকাৰী এ বি মাথুৰ, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ যুটীয়া সচিব আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে অংশগ্ৰহণ কৰিছিল।

অৰবিন্দ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত জনোৱামতে, বৈঠকত শান্তি আলোচনাৰ মূল বিষয় দাবী চনদৰ ওপৰত আলোচনা হোৱাৰ লগতে সন্ধানহীন ৰেৱতী ফুকনৰ প্ৰসংগটোও আলোচনা কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিকেইজনে এইটো নিশ্চিত কৰিছে যে বহুতে সন্দেহ কৰাৰ দৰে ফুকনক কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱাই অপহৰণ কৰা নাই।

উল্লেখযোগ্য যে সন্ত্ৰাসবাদ জৰ্জৰিত উত্তৰ-পূবত কেন্দ্ৰীয় চোৰাংচোৱাৰ সক্ৰিয়তা আৰু অতীতত চলি অহা ব্যাপক গুপ্তহত্যাত কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱা সংস্থাবোৰৰ ভূমিকাক সকলোৱে সন্দেহৰ চকুৰে চাই আহিছে। এইবোৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাবোৰৰ ভূমিকা থকাটো এটা প্ৰায় সকলো জনা গুপ্তসত্য (অপেন ছিক্ৰেট)।

আনহাতে ৰেৱতী ফুকনৰ পুতেক কৌশিক ফুকনেও সংবাদ মাধ্যমৰ আগত পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰি থকা বাবে তেওঁৰ দেউতাকক ৰাজনৈতিক কাৰণত অপহৰণ কৰা হৈছে বুলি মুকলিকৈ সন্দেহ ব্যক্ত কৰিছিল।

আলফা (স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱায়ো ফুকনক অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰি সংবাদ মাধ্যমলৈ নিজৰ মত প্ৰেৰণ কৰিছিল।

এইবোৰৰ লগতে আলোচনা পন্থী আলফাৰ দ্বাৰাই চৰকাৰৰ সহযোগত ৰেৱতী ফুকনক অপহৰণ কৰা হৈছে বুলিও গুজৱ ওলাইছিল, যিটো অৰবিন্দ ৰোজখোৱাই অস্বীকাৰ কৰিছিল।

কিন্তু অৰবিন্দ ৰাজখোৱাই এই কথাটোত কেন্দ্ৰীয় চোৰাংচোৱাৰ দ্বাৰা এনে কৰা হোৱা নাই বুলি দিয়া স্পষ্টীকৰণে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Recent News

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

“সঁচা কথা ক’বই লাগিব” : অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত মন্তব্য গৌৰৱ গগৈৰ

“সঁচা কথা ক’বই লাগিব” : অপাৰেশ্যন সিন্দুৰক লৈ লোকসভাত মন্তব্য গৌৰৱ গগৈৰ

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

৯০ হাজাৰত কিনি ৩৫ লাখত বিক্ৰী! উৎখাত অবৈধ চেৰ’গেচি চক্ৰ, চিকিৎসকসহ ৮ জনক গ্ৰেপ্তাৰ

অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীৰ প্ৰশ্ন : ১২ বজালৈকে স্থগিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশন

অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীৰ প্ৰশ্ন : ১২ বজালৈকে স্থগিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd